বিশ্ব ব্ৰেইল দিৱস (ইংৰাজী: World Braille Day) হৈছে প্ৰতি বছৰে ৪ জানুৱাৰীত পালন কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস। অন্ধ আৰু দৃষ্টিহীন লোকৰ মানৱ অধিকাৰ সম্পূৰ্ণৰূপে উপলব্ধি কৰাৰ ক্ষেত্ৰত যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন কৰা হয়।[1][2] ২০১৮ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কৰা এক ঘোষণাৰ জৰিয়তে ব্ৰেইল পদ্ধতিৰ সৃষ্টিকৰ্তা লুইছ ব্ৰেইলৰ জন্মদিনটো এই দিৱস অনুষ্ঠিত কৰাৰ বাবে বাছি লৈছিল।[3][4] ২০১৯ চনৰ ৪ জানুৱাৰীত প্ৰথম বিশ্ব ব্ৰেইল দিৱস উদযাপন কৰা হৈছিল।[5][6]

বিশ্ব ব্ৰেইল দিৱস
পালন কৰে বিভিন্ন দেশ
প্ৰকাৰ আন্তৰ্জাতিক
তাৰিখ ৪ জানুৱাৰী
অৱধি এদিন
সংঘটন বাৰ্ষিক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "A/RES/73/161 - E - A/RES/73/161". undocs.org. https://undocs.org/A/RES/73/161। আহৰণ কৰা হৈছে: 2019-10-25. 
  2. "World Braille Day, 4 January" (EN ভাষাত). www.un.org. https://www.un.org/en/events/brailleday/। আহৰণ কৰা হৈছে: 2019-10-25. 
  3. "World Braille Day, 4 January" (EN ভাষাত). www.un.org. https://www.un.org/en/events/brailleday/background.shtml। আহৰণ কৰা হৈছে: 2019-10-25. 
  4. "World Braille Day celebrated at Jamia Millia Islamia" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/events/delhi/world-braille-day-celebrated-at-jamia-millia-islamia/articleshow/67490159.cms। আহৰণ কৰা হৈছে: 2019-10-25. 
  5. "First-ever World Braille Day underscores importance of written language for human rights" (en ভাষাত). UN News. 2019-01-03. https://news.un.org/en/story/2019/01/1029742। আহৰণ কৰা হৈছে: 2019-10-25. 
  6. Rastogi, Pracarsh (2019-01-03). "World Braille Day: Education tools for the visually-impaired" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/society/words-are-all-they-have/article25899017.ece.