৪ জানুৱাৰী
তাৰিখ
৪ জানুৱাৰী (ইংৰাজী: 4 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১টা দিন (অধিবৰ্ষত ৩৬২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৪৮ - ম্যানমাৰৰ স্বাধীনতা লাভ।
জন্মসম্পাদনা কৰক
- ১৬৪৩ - আইজাক নিউটন, বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ।
- ১৮০৯ - লুইচ ব্ৰেইল, অন্ধ লোকৰ লিখন পদ্ধতিৰ উদ্ভাৱক।
মৃত্যুসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৪ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |