বেংক অৱ মহাৰাষ্ট্ৰ

ভাৰতীয় ৰাজহুৱা খণ্ডৰ বেংক


বেংক অৱ মহাৰাষ্ট্ৰ ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত। ১৯৩৫ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ৮৫ বছৰতকৈও অধিক সময় ধৰি কাম কৰি আহিছে।[1]

বেংক অৱ মহাৰাষ্ট্ৰ
ধৰণ ৰাজহুৱা
উদ্যোগ বেংকিং, বিত্তীয় সেৱা
স্থাপিত ১৯৩৫ চন
মুখ্য কাৰ্যালয় শিৱাজীনগৰ, পুনে, মহাৰাষ্ট্ৰ
দেশ/অঞ্চল ভাৰত
পণ্য খুচুৰা বেংকিং, কৰ্পৰেট বেংকিং, বিত্ত আৰু বীমা, বিনিয়োগ বেংকিং, বন্ধকী ঋণ, ব্যক্তিগত বেংকিং, সম্পদ ব্যৱস্থাপনা, ক্ৰেডিট কাৰ্ড, সঞ্চয়, ছিকিউৰিটিজ
ৰাজহ ১২,৭১০.৫৮ কোটি (২০২০)
কাৰ্যকৰ আয় ৪,৪৩০.০৩ কোটি (২০২০)
মুঠ আয় ২৬৩.৬২ কোটি (২০২০)
মুঠ সম্পত্তি ১১,৭৪৭.৫৭ কোটি (২০২০)
Total equity ২,০৫,৮৯০ কোটি (২০২০)
কৰ্মচাৰীৰ সংখ্যা ১৫,৭১০ (২০২০)
ৱেবছাইট https://www.bankofmaharashtra.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক