বৰপেটা ৰোড

অসমৰ নগৰ, ভাৰত

বৰপেটা ৰোড (ইংৰাজী: Barpeta Road) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই৷

বৰপেটা ৰোড
—  নগৰ  —
বৰপেটা ৰোড is located in Assam
বৰপেটা ৰোড
ভাৰতঅসমত বৰপেটা ৰোডৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°30′N 90°58′E / 26.50°N 90.97°E / 26.50; 90.97স্থানাংক: 26°30′N 90°58′E / 26.50°N 90.97°E / 26.50; 90.97
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা জিলা
জনসংখ্যা (২০০১)
 - মুঠ ৩৫,২৮১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 781315
Telephone code 913666

ইতিহাস সম্পাদনা কৰক

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

বৰপেটা ৰোডৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৫০ মিটাৰ (১৬৫ ফুট)৷

আন্ত:গাঁথনি সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা ৰোডৰ মুঠ জনসংখ্যা ৫৭,০০০ [1]জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ বৰপেটা ৰোড ৰ গড় সাক্ষৰতাৰ হাৰ ৭৪% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৫৭% আৰু ৫৩%৷

যাতায়ত ব্যৱস্থা সম্পাদনা কৰক

গুৱাহাটীৰ পৰা বৰপেটালৈ দূৰত্ব ১৩৫ কি:মি:(৮৪ মাইল) আৰু ৰে'লেৰে এই দূৰত্ব ১১৩ কি:মি:(৭০ মাইল) ৷ গুৱাহাটী চহৰলৈ বৰপেটাৰ পৰা ৰে'ল আৰু বাছেৰে আহিব পাৰি ৷

শিক্ষা সম্পাদনা কৰক

বিদ্যালয়-

  • গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়
  • কে কে দাস বালিকা উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • গণেশলাল চৌধুৰী মহাবিদ্যালয়

উল্লেখযোগ্য ব্যক্তি সম্পাদনা কৰক

উল্লেখযোগ্য স্থান সম্পাদনা কৰক

বৰপেটা ৰোডৰ মাজভাগত অৱস্থিত Banas Lake

‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌

তথ্যসূত্ৰ সম্পাদনা কৰক

‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌