ভগৱন্ত সিং মান
ভাৰতীয় ৰাজনীতিবিদ
ভগৱন্ত সিং মান (জন্ম: ১৭ অক্টোবৰ ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ তথা পঞ্জাৱৰ ১৭তম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী।[2] তেওঁ পঞ্জাৱৰ কেবিনেট মন্ত্ৰালয়ৰ নেতৃত্ব বহন কৰি আছে। তেওঁ এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু ব্যংগকাৰ।[3] তেওঁ পূৰ্বতে লোকসভালৈ দুবাৰকৈ মনোনীত হৈছে।
ভগৱন্ত সিং মান | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
পঞ্জাৱৰ সপ্তদশ মুখ্যমন্ত্ৰী | |||||||||||
পদাধিকাৰ | |||||||||||
কাৰ্যভাৰ গ্ৰহণ ১৬ মাৰ্চ,২০২২ | |||||||||||
ৰাজ্যপাল | বানোৱাৰিলাল পুৰোহিত | ||||||||||
পূৰ্বসূৰী | চৰণজিৎ সিং চান্নী | ||||||||||
| |||||||||||
পঞ্জাৱ বিধানসভাৰ সদস্য | |||||||||||
পদাধিকাৰ | |||||||||||
কাৰ্যভাৰ গ্ৰহণ ১৬ মাৰ্চ,২০২২ | |||||||||||
পূৰ্বসূৰী | দলবীৰ সিং খাংগুৰা | ||||||||||
সমষ্টি | ধুৰি | ||||||||||
সংখ্যা গৰিষ্ঠতা | ৫৮,২০৬ | ||||||||||
লোকসভাৰ সদস্য | |||||||||||
কাৰ্যকাল ১৬ মে',২০১৪ – ১৪ মাৰ্চ,২০২২ | |||||||||||
পূৰ্বসূৰী | বিজয় ইন্দেৰ সিংলা | ||||||||||
উত্তৰসূৰী | খালী | ||||||||||
সমষ্টি | সংগ্ৰোৰ | ||||||||||
আম আদমী পাৰ্টী, পঞ্জাৱৰ আহ্বায়ক | |||||||||||
পদাধিকাৰ | |||||||||||
কাৰ্যভাৰ গ্ৰহণ ৩১ জানুৱাৰী,২০১৯[1] | |||||||||||
পূৰ্বসূৰী | বলবীৰ সিং | ||||||||||
ব্যক্তিগত তথ্য | |||||||||||
জন্ম | ভগৱন্ত সিং মান ১৭ অক্টোবৰ, ১৯৭৩ (৫১ বছৰ) সতোজ, পঞ্জাৱ, ভাৰত | ||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||
ৰাজনৈতিক দল | আম আদমি পাৰ্টী | ||||||||||
আন ৰাজনৈতিক সম্পৰ্ক |
পিপলছ পাৰ্টী,পঞ্জাৱ (২০১২-২০১৪) | ||||||||||
জীৱিকা | ৰাজনীতিবিদ, সমাজকৰ্মী, কৌতুক অভিনেতা, গায়ক, অভিনেতা | ||||||||||
স্বাক্ষৰ | |||||||||||
সাংগীতিক কেৰিয়াৰ | |||||||||||
আন নাম | "Comedy King", "Jugnu" | ||||||||||
সংগীতৰ প্ৰকাৰ | কৌতুকধৰ্মী | ||||||||||
কাৰ্যকাল | ১৯৯২-২০১৫ |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ A year after exit Bhagwant Mann reappointed Punjab Aam Aadmi Party Chief
- ↑ "Punjab govt officials". https://punjab.gov.in/government/whos-who/chief-minister/। আহৰণ কৰা হৈছে: 11 মে' 2022.
- ↑ "पंजाब के मान: भगवंत कभी कॉमेडियन थे, अब सीएम बनना तय, इन्हें कट्टर ईमानदार मानते हैं केजरीवाल" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/chandigarh/punjab-election-2022-result-know-all-about-aap-chief-minister-candidate-bhagwant-mann-singh.