ভাইটি (চলচ্চিত্ৰ)
(ভাইটিৰ পৰা পুনঃনিৰ্দেশিত)
ভাইটি (ইংৰাজী: Bhaiti) হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।[1]
ভাইটি Bhaiti | |
---|---|
ভাইটি ছবিৰ এটা দৃশ্যত ইভা আচাও আৰু মাষ্টাৰ সিদ্ধাৰ্থ | |
পৰিচালক | কমল নাৰায়ণ চৌধুৰী |
সংগীত পৰিচালক | অজিত সিংহ |
মুক্তি |
১৯৭২ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
অভিনয় শিল্পী
সম্পাদনা কৰকসংগীত
সম্পাদনা কৰকছবিখনৰ সংগীত পৰিচালক আছিল অজিত সিংহ। গীত লিখিছিল কেশৱ মহন্ত, আৰু জয়ন্ত বৰুৱাই।[3]
গীতৰ শীৰ্ষ | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
1. | "মা অ’ মা কৰা মোক ক্ষমা, নাজানি লগালো জগৰ" | আৰতি মুখাৰ্জী | ||||||||
2. | "প্ৰভু মোৰ তুমিয়ে স্ৰজিলা এই জীৱৰে সংসাৰ" | আৰতি মুখাৰ্জী | ||||||||
3. | "মই ভয় নকৰো নকৰো কাকো, নিজহাতে ৰান্ধো খাওঁ ভোকত নাথাকো" | আৰতি মুখাৰ্জী | ||||||||
4. | "মায়া ভৰা এই ধৰা মোহৰে আৱৰা আন্ধাৰে আৱৰা, বুলিলে উজুতি খাওঁ" | খগেন মহন্ত |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Bhaity (1972) – Assamese Film". www.assam.info. https://www.assams.info/movies/bhaiti-1972। আহৰণ কৰা হৈছে: 1 July 2020.
- ↑ "10 Mind-blowing Facts About The First Assamese Actress on Filmfare Cover". Magical Assam. Aug 16, 2015. https://www.magicalassam.com/2015/08/eva-asao-assamese-actress-on-filmfare-cover.html। আহৰণ কৰা হৈছে: 24 april 2019.
- ↑ Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 175.