ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইংৰাজী: Indian Space Research Organisation), চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research (INCOSPAR) গঠন কৰা হৈছিল। বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাত বৰ্তমানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ১৯৬৯ চনত গঢ় লৈ উঠিছিল।[1] তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে দহগৰাকী ব্যক্তি ইয়াৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছে। এওঁলোকৰ ভিতৰত অধ্যাপক সতীশ ধৱনে সৰ্বাধিক ১২ বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অধ্যক্ষসকল সম্পাদনা কৰক

আলোকচিত্ৰ কাৰ্যকালৰ আৰম্ভণি কাৰ্যকাল শেষ কাৰ্যকাল তথ্য প্ৰসংগ
  সাৰাভাই, বিক্ৰমবিক্ৰম সাৰাভাই ১৯৬৩ ১৯৭২ ন বছৰ [2]
মেনন, এম. জি. কে.এম. জি. কে. মেনন জানুৱাৰী ১৯৭২ ছেপ্টেম্বৰ ১৯৭২ ন মাহ [3]
ধৱন, সতীশসতীশ ধৱন ১৯৭২ ১৯৮৪ বাৰ বছৰ [4]
  ৰাও, ইউ. আৰ.ইউ. আৰ. ৰাও ১৯৮৪ ১৯৯৪ দহ বছৰ [5]
  কস্তুৰীৰংগন, কে.কে. কস্তুৰীৰংগন ১৯৯৪ ২৭ আগষ্ট ২০০৩ ন বছৰ [6]
  নায়াৰ, জি. মাধৱনজি. মাধৱন নায়াৰ ছেপ্তেম্বৰ ২০০৩ ২৯ অক্টোবৰ ২০০৯ ছয় বছৰ [7]
  ৰাধাকৃষ্ণণ, কে.কে. ৰাধাকৃষ্ণণ ৩০ অক্টোবৰ ২০০৯ ৩১ ডিচেম্বৰ ২০১৪ পাঁচ বছৰ [8]
নায়ক, শৈলেসশৈলেস নায়ক ১ জানুৱাৰী ২০১৫ ১২ জানুৱাৰী ২০১৫ বাৰ দিন [9]
  কুমাৰ, এ. এছ. কিৰণএ. এছ. কিৰণ কুমাৰ ১৪ জানুৱাৰী ২০১৫ ১৪ জানুৱাৰী ২০১৮ তিনি বছৰ [10]
  শিৱান, কে.কে. শিৱান ১৫ জানুৱাৰী ২০১৮ পদাধিকাৰী ২২৭৪ দিন [11]

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "আৰ্কাইভ কপি". Archived from the original on 2014-02-22. https://web.archive.org/web/20140222043145/http://www.mangalorean.com/news.php?newstype=broadcast&broadcastid=133606। আহৰণ কৰা হৈছে: 2013-08-20. 
  2. "Welcome To ISRO :: Former Chairman :: Dr. Vikram Sarabhai - Introduction". isro.org. Archived from the original on 2013-11-14. https://web.archive.org/web/20131114024252/http://isro.org/Ourchairman/Former/vsbhai.aspx। আহৰণ কৰা হৈছে: 2014-02-14. 
  3. "Welcome To ISRO :: Former Chairman - Prof. M G K Menon". isro.org. http://www.isro.org/Ourchairman/Former/menon.aspx। আহৰণ কৰা হৈছে: 2014-02-14. 
  4. "Welcome To ISRO :: Former Chairmen :: Prof Satish Dhawan". isro.org. http://www.isro.org/Ourchairman/Former/satishdhawan.aspx। আহৰণ কৰা হৈছে: 2014-02-14. 
  5. "Welcome To ISRO :: Former Chairman - Prof.Udupi Ramachandra Rao". isro.org. Archived from the original on 2014-02-11. https://web.archive.org/web/20140211043212/http://isro.org/Ourchairman/Former/urroa.aspx। আহৰণ কৰা হৈছে: 2014-02-14. 
  6. "Welcome To ISRO :: Former Chairman :: Dr. Krishnaswamy Kasturirangan - Introduction". isro.org. http://www.isro.org/Ourchairman/Former/drkkasturirangan.aspx। আহৰণ কৰা হৈছে: 2014-02-14. 
  7. "Shri G Madhavan Nair". About ISRO. Indian Space Research Organisation. 2008-11-11. http://www.isro.org/Ourchairman/Former/gmnair_introduction.aspx। আহৰণ কৰা হৈছে: 2009-11-01. 
  8. "Dr. K. Radhakrishnan". About ISRO. Indian Space Research Organisation. 2008-11-11. Archived from the original on 2013-11-12. https://web.archive.org/web/20131112094538/http://www.isro.org/Ourchairman/present/chairman.aspx। আহৰণ কৰা হৈছে: 2009-11-01. 
  9. Shailesh Nayak appointed as new ISRO chairman, Radhakrishnan retires
  10. "A S Kiran Kumar takes over as Secretary, Department of Space, Chairman, Space Commission and Chairman, ISRO - ISRO". www.isro.gov.in. Archived from the original on 2016-10-16. https://web.archive.org/web/20161016144917/http://www.isro.gov.in/update/14-jan-2015/s-kiran-kumar-takes-over-secretary-department-of-space-chairman-space-commission। আহৰণ কৰা হৈছে: 2016-10-17. 
  11. "K. Sivan takes charge as new ISRO chairman" (en-IN ভাষাত). The Hindu. 16 January 2018. https://www.thehindu.com/todays-paper/tp-national/tp-karnataka/k-sivan-takes-charge-as-new-isro-chairman/article22446006.ece। আহৰণ কৰা হৈছে: 1 November 2018. 

বাহ্যিক সংযোগ সম্পাদনা কৰক