ভাৰতৰ টেলিভিছন চেনেলৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত ৯০০ টা ব্যক্তিগত টেলিভিছন চেনেল আছে। [1] সমগ্ৰ ভাৰততে অসংখ্য আঞ্চলিক চেনেল উপলব্ধ, প্ৰায়ে ভাষা অনুসৰি বিতৰণ কৰা হয়।

ভাষা অনুসৰি টেলিভিছন চেনেল সম্পাদনা কৰক

ভাৰতৰ শীৰ্ষ দহটা টেলিভিছন চেনেল সম্পাদনা কৰক

BSRC ৰেটিং অনুসৰি ভাৰতৰ শীৰ্ষ দহটা টেলিভিছন চেনেলৰ হ'ল:[2]

  • ছান টিভি
  • ষ্টাৰ প্লাছ
  • জী অনমল
  • জী টিভি
  • ষ্টাৰ মা
  • ষ্টাৰ ভাৰত
  • ষ্টাৰ উৎসৱ
  • কালাৰ্ছ
  • জী তেলুগু
  • ষ্টাৰ বিজয়

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Permitted Private Satellite TV Channels". trai.gov.in. Telecom Regulatory Authority of India. 28 February 2021. https://www.trai.gov.in/sites/default/files/Permitted_channels_25032021.pdf. 
  2. "शीर्ष दस चैनल". बीएआरसी भारत=सप्ताह ५०: शनिवार,८वें दिसंबर २०१८ से शुक्रवार,१४वें दिसंबर २०१८. Archived from the original on 2019-06-16. https://web.archive.org/web/20190616031339/https://www.barcindia.co.in/statistic.aspx। আহৰণ কৰা হৈছে: 25 दिसंबर 2018.