ষ্টাৰপ্লাছ

হিন্দী ভাষাৰ দূৰদৰ্শন কেন্দ্ৰ

ষ্টাৰপ্লাছ (ইংৰাজী: StarPlus) হৈছে এটা ভাৰতীয় মনোৰঞ্জনধৰ্মী মাচুলযুক্ত দূৰদৰ্শন চেনেল। ইয়াৰ গৰাকী হৈছে দ্য ৱল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ গৌণ কোম্পানী ষ্টাৰ ইণ্ডিয়া। এই চেনেলটোত নাটক, কৌতুকধৰ্মী অনুষ্ঠান, ৰিয়েলিটী শ্ব', আৰু চলচিত্ৰ সম্প্ৰচাৰিত হয়।[1]

ষ্টাৰ প্লাছ
উদ্বোধন সাঁচ:Launch date and age
গৰাকী ষ্টাৰ ইণ্ডিয়া
দৃশ্য ফৰমেট 1080i HDTV
(SDTV ফীডৰ বাবে লেটাৰবক্স্‌480i/576i-লৈ সৰু কৰা হয়)
Audience share 9,10,105 (জুলাই ২০২০, BARC ইণ্ডিয়া)
শ্ল'গান ৰিশ্তা ৱহী, বাত নয়ী
দেশ হং কং (১৯৯১-বৰ্তমান, এছিয়া প্ৰশান্ত ফীড হিচাপে)
ভাৰত (২০০০-বৰ্তমান)
ভাষা ইংৰাজী (১৯৯১-২০০০)
হিন্দী (২০০০-বৰ্তমান)
সম্প্ৰচাৰৰ অঞ্চল আন্তঃৰাষ্ট্ৰীয় (যুক্তৰাষ্ট্ৰ আৰু কানাডা)
মুখ্য কাৰ্যালয় হং কং (১৯৯১-বৰ্তমান, এছিয়া প্ৰশান্ত ফীড হিচাপে)
মুম্বাই, মহাৰাষ্ট্ৰ (২০০০-বৰ্তমান)
ভগ্নী কেন্দ্ৰসমূহ
তালিকা
ৱেবছাইট হট্‌ষ্টাৰষ্টাৰ প্লাছ

তথ্য সংগ্ৰহ সম্পাদনা কৰক