ভি. এছ. সম্পথ
বীৰৱল্লী সুন্দৰম সম্পথ (ইংৰাজী: V. S. Sampath) ২০১২ চনৰ পৰা ২০১৫ চনলৈকে ভাৰতীয় নিৰ্বাচন আয়োগৰ ১৮ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰ ১১ জুনত তেওঁ এছ. ওৱাই. কুৰেশ্বিৰ পিছত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1] ১৯৫০ চনৰ ১৬ জানুৱাৰীত জন্মগ্ৰহণ কৰা সম্পথে ২০১৫ চনৰ ১৫ জানুৱাৰীত ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে।[2]
বীৰৱল্লী সুন্দৰম সম্পথ | |
---|---|
অষ্টদশভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত | |
কাৰ্যকাল ১১ জুন ২০১২ – ১৫ জানুৱাৰী ২০১৫ | |
ৰাষ্ট্ৰপতি | প্ৰতিভা পাটিল প্ৰণৱ মুখাৰ্জী |
প্ৰধানমন্ত্ৰী | মনমোহন সিং নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | এছ. ওৱাই. কুৰেশ্বি |
উত্তৰসূৰী | হৰিশংকৰ ব্ৰহ্ম |
ব্যক্তিগত তথ্য | |
জন্ম | ভেলোৰ, তামিলনাডু ১৬ জানুৱাৰী, ১৯৫০ (৭৪ বছৰ) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জীৱিকা | অসামৰিক সেৱা |
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ "Welcome to Election Commission of India". eci.nic.in. http://eci.nic.in/eci_main1/ecs.aspx। আহৰণ কৰা হৈছে: 17 January 2022.
- ↑ "V. S. Sampath to demit office on Thursday". The Hindu. 14 January 2015. http://www.thehindu.com/news/national/chief-election-commissioner-v-s-sampath-to-demit-office-on-thursday/article6788619.ece.