ভূপেন চেতিয়া (ইংৰাজী: BHUPEN CHETIA) হৈছে এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, চেতাৰ বাদক আৰু শাস্ত্ৰীয় সংগীতৰ সাধক ।[1]

ভূপেন চেতিয়া
জন্ম অসম
মৃত্যু ১৯৯৩ চনৰ ২৩ জুন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

শিক্ষা সম্পাদনা কৰক

  1. ১৯০৭ চনত সংগীত-কলাৰ সাধনাৰ বাবে আন্তৰ্জাতিক কলা কেন্দ্ৰ শান্তিনিকেতনলৈ যায়। তাত দুবছৰ থাকি শাস্ত্ৰীয় সংগীত সাধনা আৰু চেতাৰ,বেহেলা আদি বাদ্যৰ চৰ্চা কৰিছিল।[2]

চাকৰি জীৱন সম্পাদনা কৰক

  1. নাজিৰাৰ সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষকতা কৰিছিল।
  2. দুলীয়াজান সংগীত মহাবিদ্যালয়ত অধ্যক্ষতা‌ কৰাৰ উপৰিও শিৱসাগৰ সেউজীয়া সংগীত মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল।[3]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  1. আন্তৰ্জাতিক ভাবে খ্যাত সম্পন্ন শিল্পী ভূপেন হাজৰিকাই চেতিয়াৰ চেটাৰ বাদনত মুগ্ধ হৈ তেখেতক "অসমৰ ৰবি শংকৰ" আখ্যা দিছিল।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান,উমেশ চেতিয়া,পৃষ্ঠা নং: ১৫০
  2. বৰণীয়া‌ আহোমৰ স্মৰণীয় অৱদান,উমেশ চেতিয়া,পৃষ্ঠা নং: ১৫০
  3. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান, উমেশ চেতিয়া,পৃষ্ঠা নং: ১৫০
  4. বৰণীয়া আহোমৰ স্মৰণীয় অৱদান,উমেশ চেতিয়া,পৃষ্ঠা নং: ১৫১