ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)
এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
# | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
---|---|---|---|---|
১ | ইতিহাস থিয়েটাৰ (সুভাষ চন্দ্ৰ দাস, অখিল কলিতা) |
ৰিক্সাৱালা | অভিজিত ভট্টাচাৰ্য | ভৱেশ বৰুৱা, জেফ্ৰি, মৈত্ৰেয়ী গোস্বামী, মুনমী কলিতা, ফ্ৰেংকী বৰুৱা, তাৰক দাস নিৰ্মল দত্ত, নাজিমূল ইছলাম, জিতু বৰা, জয়ন্ত আৰ্য, ভাৰতী কলিতা আদি[1] |
তেজাল ঘোঁৰা | অভিজিত ভট্টাচাৰ্য | |||
প্ৰজাপতি | হিল্লোল কুমাৰ পাঠক | |||
অবুজ মায়া | ধ্ৰুৱজ্যোতি শৰ্মা | |||
২ | হেঙুল থিয়েটাৰ () |
বলিয়া কৃষ্ণ | ৰাজদ্বীপ | প্ৰসেনজিত, শ্যমন্তিকা[1], সঞ্জীৱ শৰ্মা, কস্তুৰী ফুকন, আলোকজ্যোতি, দেৱজিৎ, জীৱন হাতীকাকতি, বীৰেন ভূঞা ইত্যাদি |
চম্বলৰ মজনু | অভিজিত ভট্টাচাৰ্য[2] | |||
যুঁজ | বিনয় শইকীয়া | |||
৩ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) |
ৰক্তপান | অভিজিত ভট্টাচাৰ্য | প্ৰাণজিৎ দাস, অৰূপ বৈশ্য, যোগেশ কাশ্যপ, সংগীতা ডেকা, অৰুণ বৰা, বিকাশ ভৰদ্বাজ, চিমি, মুকিব আহমেদ, ঋতুৰাজ মহন্ত, ৰুবুল শইকীয়া, নৱজিৎ ৰায়, হিমাংশু দাস, অৰ্চনা পূজাৰী ইত্যাদি[2] |
এখন ঘৰ এজনী নবৌ | অভিজিত ভট্টাচাৰ্য | |||
মহাজন | মুনিন বৰুৱা | |||
৪ | সূত্ৰধাৰ থিয়েটাৰ (ক্ষীৰোদ খনিকৰ) |
বন্দে মাতৰম | সমৰেন্দ্ৰ বৰ্মন | স্পন্দন, বিৰাজ বল্লভ, প্ৰদীপ বৰা, দ্বীপেন ভূঞা, জয়ন্ত জীৱন, দুলু বৰদলৈ বিকি কাশ্যপ, নীলোৎপল বৰা, জিতু বৰা, ওমপ্ৰকাশ, জানমণি তামুলী, দেৱীমণি, নিকি দৰ্শনা ইত্যাদি[2] |
জিলমিল জোনাকত তুমি চয়নিকা | অৱতাৰ সিং | |||
ভালপোৱা হৃদয়ৰ গান | নিৰ্মল দাস | |||
৫ | ভাগ্যদেৱী থিয়েটাৰ[3] (..মজুমদাৰ) |
মহাপাপ | চম্পক শৰ্মা | চম্পক শৰ্মা, হৰেণ মালাকৰ, সুৰভি কটকী অৰুণ বৰা, মুহী বৰা, প্ৰমোদ চুতীয়া গুঞ্জন চৌধুৰী, পঞ্চী বৰা, প্ৰিয়া কাশ্যপ ইত্যাদি[2] |
মোৰ ফেচবুকত তুমি | চম্পক শৰ্মা | |||
কলংকিনী | তিলক বৈশ্য | |||
৬ | শংকৰদেৱ থিয়েটাৰ[3] (বিশ্ব শইকীয়া) |
ইমান ধুনীয়া সপোন | চম্পক শৰ্মা | দ্বীপন ভৰালী, মিনাক্ষী নেওগ, অৰুণ বেজবৰুৱা, মধুস্মিতা পাটোৱাৰী বিশাল বৰা, বিকি কাশ্যপ, অবিনাশ হাজৰিকা ইত্যাদি |
জেহাদ | সমৰেন্দ্ৰ বৰ্মণ | |||
উলাহে নধৰে হিয়া | দেৱজিত শৰ্মা | |||
৭ | শ্ৰীমন্ত থিয়েটাৰ[4] (যোগানন্দ লাহন) |
এয়ে মোৰ শেষ গান | অৱতাৰ সিং | যুগল কিশোৰ শইকীয়া, জিতু গগৈ, মাধুৰ্য শইকীয়া, প্ৰাঞ্জল নেওগ, ৰত্ন গগৈ, ৰাজদ্বীপ শইকীয়া, অজন্ত পূজাৰী, মানসী তামূলী, বিনীতা দাস আৰু প্ৰণামী দত্ত |
ত্যাগ - প্ৰেমৰ এক অন্য নাম | অজন্ত পূজাৰী | |||
জীৱন মদাহীৰ ছোৱালী | ভৱেন বৰুৱা | |||
৮ | প্ৰাৰ্থনা থিয়েটাৰ[4] (বেদান্ত গগৈ) |
বনকৰা ছোৱালীৰ লাজ | সমৰেন্দ্ৰ বৰ্মন | ৰমেন তামূলী, চন্দন ডেকা, পংকজ কলিতা, জয় গোস্বামী, শৰৎ শইকীয়া, ৰঞ্জন শান্দিল্য, অগ্নিতা ঠাকুৰীয়া, কবিতা দুৱৰা, ৰঞ্জুশ্ৰী, আৰু মৌচুমী গগৈ |
ঢাল | দেৱজিত শৰ্মা | |||
দৌৰ | হিল্লোল কুমাৰ পাঠক | |||
৯ | থিয়েটাৰ প্ৰাগজ্যোতিষ () |
মন আকাশৰ বেলি | অভিজিত ভট্টাচাৰ্য | অৰূপ বৰা |
দাদাগিৰি | ৰমা বৰ্মন | |||
বদিগাৰ্ড | অৱতাৰ সিং | |||
বেজ কন্যা জোস্না | ||||
১০ | থিয়েটাৰ সূৰ্য () |
আৰ্মী | অভিজিত ভট্টাচাৰ্য | তপন দাস, ৰাজকুমাৰ |
ভগৱান | অভিজিত ভট্টাচাৰ্য | |||
দণ্ডনায়ক | সমৰেন্দ্ৰ বৰ্মণ | |||
১১ | কহিনুৰ থিয়েটাৰ[5] (ৰতন লহকৰ) |
ডি এছ পি দূৰ্গা | অভিজিৎ ভট্টাচাৰ্য | মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, দিব্যজ্যোতি কাশ্যপ, মহেশ বৰা, ৰাজশ্ৰী বৰা, বিনীতা ৰাজখোৱা আদি |
চক্ৰবেহু | হেমন্ত দত্ত | |||
গুপুতে গুপুতে | ভাস্কৰ বৰ্মন | |||
১২ | ৰাজতিলক থিয়েটাৰ[5] () |
জলদস্যু | অভিজিৎ ভট্টাচাৰ্য | যতীন বৰা, অংকিতা শইকীয়া |
পাগ্লা হাৱা | ||||
অনুভূতি | ||||
১৩ | জাগ্ৰভি থিয়েটাৰ () |
মুখাৰ আঁৰৰ মুখ | মুনিন বৰুৱা | অৰুণ হাজৰিকা, পল ফুকন অঞ্জলী ছেত্ৰী [6] |
ৰাসলীলা | চম্পক শৰ্মা | |||
কোন তুমি | চম্পক শৰ্মা | |||
১৪ | ৰাজশ্ৰী থিয়েটাৰ[6] () |
মিৰি জীয়ৰী | হেমন্ত দত্ত | আশা বৰদলৈ, ৰবি শৰ্মা ইত্যাদি |
দেৱদাসী | অভিজিত ভট্টাচাৰ্য | |||
লংকাবিহীন ৰাৱণ | মৃদুল চুতিয়া | |||
১৫ | বৃন্দাবন থিয়েটাৰ () |
ৰামলীলা | অভিজিৎ ভট্টাচাৰ্য | মৃদুল ভূঞা ,পৰাগ শৰ্মা, মুনমী ফুকন [6] |
টাইটানিক | ||||
মুক্তিযোদ্ধাৰ প্ৰেয়সী | ||||
১৬ | বৰদৈচিলা থিয়েটাৰ () |
তাণ্ডৱ নাচ | অভিজিৎ ভট্টাচাৰ্য | [6] |
নসাজেৰে সজাম তোমাক | সতীস দাস | |||
ঠিকনাবিহীন ঠিকনা | শ্যামসুন্দৰ জালান | |||
১৭ | শৰাইঘাট থিয়েটাৰ () |
সূৰ্যগ্ৰহণ | পৰেশ গোস্বামী, পৱিত্ৰপ্ৰাণ বৰা, ননী দেৱী আদি [6] | |
মহানায়ক | ||||
ৰণশিঙা |
(অসমাপ্ত)
লগতে চাওক
সম্পাদনা কৰকতথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
- ↑ 2.0 2.1 2.2 2.3 চিত্ৰবাণী, বুধবৰীয়া পৰিপূৰিকা বহুমুখ, আমাৰ অসম, পৃঃ ৪, ৬ মে, ২০১৫
- ↑ 3.0 3.1 "সাদিন (বিনোদন শিতান)". ২৯ মে', ২০১৫. পৃষ্ঠা ১৩.
- ↑ 4.0 4.1 চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ২৬ জুন, ২০১৫
- ↑ 5.0 5.1 আমাৰ অসম, চিত্ৰবাণী পৃষ্ঠা, ১০ জুলাই, ২০১৫
- ↑ 6.0 6.1 6.2 6.3 6.4 সাংস্কৃতিকী পৃষ্ঠা, আমাৰ অসম, ১৪ জুলাই, ২০১৫