কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ১৯৭৬ চনত ৰতন লহকৰ দেৱৰ প্ৰচেষ্টাত এই থিয়েটাৰৰ জন্ম হয়। তেখেতে বহুতো ভাৰতীয়, অসমীয়া সাহিত্যৰ নাটকৰ উপৰিও উইলিয়াম শ্বেইকছপীয়েৰৰ বিখ্যাৎ নাটকো কহিনুৰ থিয়েটাৰৰ মজিয়াত মঞ্চস্থ কৰিছে। ইয়াৰোপৰি হলিউডৰ বিখ্যাৎ চলচ্চিত্ৰ টাইটানিক ক নাট্য ৰূপ দি তেওঁ কহিনুৰ থিয়েটাৰত মঞ্চস্থ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰে।

কহিনুৰ থিয়েটাৰ
চহৰ পাঠশালা, অসম
দেশ ভাৰত ভাৰত
স্বতাধিকাৰী ৰতন লহকৰ
প্ৰকাৰ ভ্ৰাম্যমাণ থিয়েটাৰ
প্ৰাৰম্ভ ১৯৭৬ চন

কহিনুৰ থিয়েটাৰ অসমৰ একমাত্ৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী যিয়ে অসমৰ বাহিৰতো নাট প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (National School of Drama) নিমন্ত্ৰণ অনুসৰি তিনি দিনৰ বাবে ২০১০ চনৰ ২৫ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ নতুন দিল্লীত থিয়েটাৰ দলটোৱে নাট প্ৰদৰ্শন কৰিছিল।[1]

নাটকৰ সূচী সম্পাদনা কৰক

বৰ্ষ নাটক নাট্যকাৰ অভিনয়ত
২০১০-২০১১ এটা নষ্ট ল'ৰাৰ গল্প হেমন্ত দত্ত নয়ন নীলিম,
ৰিম্পী দাস,
হীৰেণ মেধি,
দুলুমণি ডেকা ইত্যাদি।
কহিনুৰ, নহয় মাথো এটি হীৰা অভিজিৎ ভট্টাচাৰ্য
ৰুমাল
২০১১-২০১২ ভাল পাও বুলি নকবা অভিজিৎ ভট্টাচাৰ্য বৰষা ৰাণী বিষয়া,
দিব্যজ্যোতি দাস,
ফ্ৰেংকী,
হীৰেণ মেধি,
দুলুমণি ডেকা ইত্যাদি।
কপৌফুল
পথ হেমন্ত দত্ত
টাইটানিক
২০১২-২০১৩ এৰাবাটৰ সুৰ অভিজিৎ ভট্টাচাৰ্য তপন দাস,
আঙুৰলতা ডেকা
তুষাৰ প্ৰীতম,
হীৰেণ মেধি,
দুলুমণি ডেকা ইত্যাদি।
জেদ
হিয়াৰ এপাহি গোলাপ
সেন্দূৰ হেমন্ত দত্ত
২০১৩-২০১৪[2] দেৱদাস অভিজিৎ ভট্টাচাৰ্য তপন দাস,
মুনমী ফুকন ইত্যাদি।
এদিন তুমি আহিবাই
আকাশৰ দৰে মন হেমন্ত দত্ত
২০১৪-২০১৫ মৰমৰ জুই অভিজিৎ ভট্টাচাৰ্য ৰাজকুমাৰ,
মুনমী ফুকন,
চিন্ময় কটকী ইত্যাদি।
ফুটপাথৰ ৰোমিঅ'
মুক্তি হেমন্ত দত্ত
২০১৫-২০১৬ ডি.এছ. পি. দূৰ্গা অভিজিৎ ভট্টাচাৰ্য মৈত্ৰেয়ী প্ৰিয়দৰ্শিণী,
দিব্যজ্যোতি দাস,
মহেশ বৰা ইত্যাদি।
চক্ৰবেহু হেমন্ত দত্ত
গুপুতে গুপুতে ভাস্কৰ বৰ্মন

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. TI Trade (2010-04-06). "The Assam Tribune Online". Assamtribune.com. Archived from the original on 2012-04-01. https://web.archive.org/web/20120401104438/http://www.assamtribune.com/scripts/detailsnew.asp?id=apr0610%2Fstate05। আহৰণ কৰা হৈছে: 2012-12-26. 
  2. Konwar, Rajiv (4 July 2014). "Devdas to grace mobile theatre stage - Kohinoor to stage play based on Sarat Chandra’s novel". The Telegraph (Guwahati). http://www.telegraphindia.com/1130704/jsp/northeast/story_17076784.jsp#.Vf48GxGqqko। আহৰণ কৰা হৈছে: 20 September 2015.