ভৱপ্ৰসাদ চলিহা
অসমৰ শিক্ষাবিদ, লেখক
ভৱপ্ৰসাদ চলিহা (ইংৰাজী: Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্ৰন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে। অসম চৰকাৰে তেওঁলৈ ২০২০ চনৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে।[1]
ভৱপ্ৰসাদ চলিহা | |
---|---|
ভৱপ্ৰসাদ চলিহা | |
জন্ম | ভৱপ্ৰসাদ চলিহা ২০ আগষ্ট, ১৯৩৪ (৯০ বছৰ) নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত |
বাসগৃহ | নাহৰকটীয়া, ডিব্ৰুগড়, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক |
জনা যায় | শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী, অধ্যাপক |
উল্লেখযোগ্য কৰ্ম | শংকৰী সংস্কৃতিৰ অধ্যয়ন, শংকৰী সাহিত্যৰ সমীক্ষা, মাধৱদেৱৰ সাহিত্য |
আত্মীয়-স্বজন | নন্দিতা চলিহা (সহ ধৰ্মিনী) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শ্ৰীমন্ত শংকৰদেৱ বঁটা, ২০২০ |
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- শংকৰী সংস্কৃতিৰ অধ্যয়ন,
- শংকৰী সাহিত্যৰ সমীক্ষা,
- মাধৱদেৱৰ সাহিত্য,
- মাধৱদেৱ অধ্যয়নৰ ভূমিকা,
- মহাপুৰুষীয়া ধৰ্ম,
- ৰুক্মিণী হৰণ নাট ইত্যাদি
লাভ কৰা বঁটা
সম্পাদনা কৰক- শ্ৰীমন্ত শংকৰদেৱ বঁটা (২০২০)