ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় (ইংৰাজী: Bhawanipur Anchalik College) বজালী জিলাৰ আগশাৰীৰ উচ্চশিক্ষা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়
স্থাপিত ১৯৮২
ধৰণ স্নাতক, স্নাতককোত্ত
ধৰ্মীয় ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
সভাপতি শ্ৰীধনিৰাম তালুকদাৰ
অধ্যক্ষ শ্ৰীমানস কুমাৰ চক্ৰৱৰ্তী I/C
ৱেবছাইট bacollege.in

পাঠ্যক্ৰম

সম্পাদনা কৰক

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত স্নাতক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰম আগবঢ়োৱা হয়। এই মহাবিদ্যালয়খনে স্নাতককোত্তৰ(দূৰ শিক্ষাৰ মাধ্যমেৰে) পাঠ্যক্ৰম বিভিন্ন বিষয়ত ওপৰত প্ৰদান কৰে।

স্নাতক(কলা) শাখা
  1. স্নাতক (অসমীয়া)
  2. স্নাতক (ইংৰাজী)
  3. স্নাতক (ইতিহাস)
  4. স্নাতক (অৰ্থনীতি)
  5. স্নাতক (ৰাজনীতি বিজ্ঞান)
  6. স্নাতক (দৰ্শন)
  7. স্নাতক (শিক্ষা)

স্নাতক (বিজ্ঞান) শাখা
  1. স্নাতক (উদ্ভিদ বিজ্ঞান)
  2. স্নাতক (ৰসায়ন বিজ্ঞান)
  3. স্নাতক (গণিত)
  4. স্নাতক (পদাৰ্থ বিজ্ঞান)
  5. স্নাতক (প্ৰাণীবিজ্ঞান)
স্নাতক(বাণিজ্য) শাখা

স্নাতকোত্তৰ পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা।[3] কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়)[4]
  1. স্নাতকোত্তৰ (অসমীয়া)
  2. স্নাতকোত্তৰ (ইংৰাজী)
  3. স্নাতকোত্তৰ (শিক্ষা)
  4. স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
  5. স্নাতকোত্তৰ (MSc IT)
  6. স্নাতকোত্তৰ (বাণিজ্য)
  7. অন্যান্য বিষয়সমূহ

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Affiliated Colleges". Guahati University. http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. http://dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 July 2017. 
  3. "BACollege". Gucdoe.in. http://www.gucdoe.in/। আহৰণ কৰা হৈছে: 18 September 2024. 
  4. "BACollege/kkhsou". Kkhsou.ac.in. https://kkhsou.ac.in/web/। আহৰণ কৰা হৈছে: 18 September 2024.