ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (ইংৰাজী: Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ অন্যতম মহাবিদ্যালয়সমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]

ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
স্থাপিত ১৯৭১
ধৰণ মহাবিদ্যালয়
ধৰ্মীয় ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
অধ্যক্ষ ডা নয়ন জ্যোতি দাস
ৱেবছাইট bhbcollege.ac.in

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Affiliated Colleges". Guahati University. http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. http://dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017.