মদাৰ (ইংৰাজী: Erythrina variegata; বৈজ্ঞানিক নাম: Erythrina variegata) হৈছে ইৰিথ্ৰিনা গণৰ অন্তৰ্গত পুষ্পবৃক্ষবিশেষ।[1][2] বাংলাদেশত বহু কেইটা প্ৰজাতিৰ মদাৰ গছ দেখিবলৈ পোৱা যায়।[3]

মদাৰ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
গণ: Erythrina
প্ৰজাতি: E. variegata
বৈজ্ঞানিক নাম
Erythrina variegata
এল.

আৱাসভূমি সম্পাদনা কৰক

উষ্ণমণ্ডলীয় আৰু নাতিশীতোষ্ণমণ্ডলীয় উভয় পৰিৱেশতই এই বৃক্ষ জন্মে। উত্তৰাঞ্চলীয় আফ্ৰিকাৰ দেশসমূহ, ভাৰতীয় উপমহাদেশ, অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল, ভাৰত মহাসাগৰীয় দ্বীপপুঞ্জসহ প্ৰশান্ত মহাসাগৰতীৰৱৰ্তী পশ্চিমাঞ্চলীয় এলেকা পৰা আৰম্ভ কৰি ফিজিৰ পূৰ্বাংশলৈকে মদাৰ দেখা পোৱা যায়।[4]

চিত্ৰসম্ভাৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক