মনসা
মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু জৰুৎকাৰু মুনিৰ পত্নী । সৰ্পবিষ নিৱাৰণ কৰাৰ বাবে তেওঁক বিষহৰি নামেৰেও জনা যায়। [1]তেওঁক নিত্যা (চিৰন্তনী) আৰু পদ্মাবতী নামেৰেও জনা যায়।
মনসা | |
---|---|
অধিকাৰ | সাপ আৰু বিষৰ দেবী |
কাণি দেউও | |
গোত্ৰ | দেবী নাগ |
অস্ত্ৰ | সাপ আৰু ৰাজহাঁহ |
দাম্পত্যসঙ্গী | জৰৎকাৰু |
বাহন | সাপ আৰু ৰাজহংস |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Dowson, John (2003). Classical Dictionary of Hindu Mythology and Religion, Geography, History. Kessinger Publishing. পৃষ্ঠা. 196. ISBN 0-7661-7589-8.