মল্লিকাৰ্জুন খড়গে (জন্ম ২১ জুলাই ১৯৪২) এজন ভাৰতীয় ৰাজনীতিবিদ বৰ্তমান কৰ্ণাটকৰ পৰা ৰাজ্যসভাৰ সদস্য আৰু ১৬ ফেব্ৰুৱাৰী ২০২১ৰ পৰা ৰাজ্যসভাবিৰোধী দলৰ নেতা। [1]খৰ্গে ভাৰতৰ প্ৰাক্তন ৰে’ল মন্ত্ৰী, শ্ৰম আৰু নিয়োগ মন্ত্ৰী। তেওঁ কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল। ২০০৮ চনৰ কৰ্ণাটক ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আছিল।

মল্লিকাৰ্জুন খড়গে

মল্লিকাৰ্জুন খড়গে
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ অক্টোবৰ ২০২২ (2022-10-26)
ৰাজ্যসভাত বিৰোধী দলৰ নেতা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ ফেব্ৰুৱাৰী ২১
ৱেবছাইট india.gov.in/mallikarjun-kharge

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Congress names Mallikarjun Kharge for leader of opposition in Rajya Sabha".