মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা।[1] তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ[1] যদিও পাল বংশত বিভিন্ন ঠাইত মহেন্দ্ৰপালৰ নাম উল্লেখ আছে, পূৰ্বতে ইতিহাসবিদে মহেন্দ্ৰপালক প্ৰতিহাৰ ৰাজবংশৰ প্ৰথম মহেন্দ্ৰপালৰ লগত একাকাৰ কৰা কৰিছিল। তেওঁলোকে দেবপালৰ পিছত প্ৰথম বিগ্ঝপালৰ কথা কৈছিল।[2] কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হ'ল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল।[3] মহেন্দ্ৰপালৰ ৰাজত্বৰ সপ্তম বছৰৰ এই সিংহাসনৰ বিষয়ে আৰু জনা যায় যে তেওঁৰ মহাসেনাপতি বজ্ৰদেব নন্দদীৰ্ঘিকাই উদ্ৰঙ্গ নামৰ ঠাইত এটা বৌদ্ধ বিহাৰ স্থাপন কৰিছিল। তাম্ৰশাসনত মহেন্দ্ৰপালৰ কণিষ্ঠ ভাতৃ প্ৰথম চুৰপালৰ নাম আছে।[4] প্ৰথম চুৰপালে মহেন্দ্ৰপালৰ পিছত সিংহাসন দখল কৰিলে।[5]

Mahendrapala
Pala empire with neighbours
ৰাজত্ব 9th century
পূৰ্বসূৰী Devapala
উত্তৰসূৰী Shurapala I
মাতৃ Mahata Devi
পিতৃ Devapala


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Dimensions of Human Cultures in Central India: Professor S.K. Tiwari Felicitation Volume. Sarup & Sons. 2001. পৃষ্ঠা. 239. ISBN 978-81-7625-186-0. http://books.google.com/books?id=jUwFL3IipK0C&pg=PA239. 
  2. ৰাখালদাস বন্দ্যোপাধ্যায়, বাঙ্গালাৰ ইতিহাস, প্ৰকাশক- দে’জ পাবলিছিং, ১৩, বঙ্কিম চ্যাটাৰ্জি স্ট্ৰিট, কলকাতা-৭৩, প্ৰথম দে’জ অখণ্ড সংস্কৰণ, জানুয়াৰী, ২০০৮ ISBN 978-81-295-0791-4
  3. Debala Mitra; Gouriswar Bhattacharya (1991). Akṣayanīvī: Essays Presented to Dr. Debala Mitra in Admiration of Her Scholarly Contributions. Sri Satguru Publications. ISBN 978-81-7030-275-9. http://books.google.com/books?id=Hu1tAAAAMAAJ. 
  4. Niharranjan Ray; Brajadulal Chattopadhyaya (1 January 2000). A Sourcebook of Indian Civilization. Orient Blackswan. পৃষ্ঠা. 621–623. ISBN 978-81-250-1871-1. http://books.google.com/books?id=Zcyho16xzWEC&pg=PA623. 
  5. Paresh Chandra Das Gupta; Asok Kumar Datta (1 January 1991). Studies in Archaeology: Papers Presented in Memory of P.C. Dasgupta. Books & Books. ISBN 978-81-85016-29-0. http://books.google.com/books?id=nQxuAAAAMAAJ.