মহৰ্ষি ভৰত

ধ্ৰুপদী সংস্কৃত সংগীতজ্ঞ আৰু নাট তত্ত্ববিদ


মহৰ্ষি ভৰত (ইংৰাজী: Mohorkhi bharat) সংগীত জগতৰ এক স্মৰণিয় নাম।[1]

মহৰ্ষি ভৰত
ৰাষ্ট্ৰীয়তা হিন্দু
নাগৰিকত্ব ভাৰতীয়

জম্ম সম্পাদনা কৰক

  • মহৰ্ষি ভৰতৰ জন্ম সম্বন্ধে বহুতো মত পোৱা যায়।
  • ১ম মত অনুসৰি তেওঁৰ জন্ম হৈছিল খৃঃ পূৰ্ব ২য়ত। [1] মত অনুসৰি চতুৰ্থৰ পৰা পঞ্চম ৰ ভিতৰত। [1]

শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

তেখেতে ভৰত নাট্য শাস্ত্ৰ আৰু সঙ্গীতৰ লগত জঢ়িত আছিলে। [1]

গ্ৰন্থৰাজি সম্পাদনা কৰক

  • ভৰত মুণিয়ে যি দুখন বীনাৰ চৰ্চা কৰিছিল তাৰ ভিতৰত ৭ডাল তাৰ থকা বীণা নাম আছিল "চিত্ৰাবিনা।"
  • ২১ডাল তাৰ থকা বীণা খনৰ নাম আছিল বিপঞ্চবীণা। [1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 সৰল সঙ্গীত শাস্ত্ৰ, নন্দকিকিশোৰ চৌধৰী, দ্বিতিয় প্ৰকাশ,৫ ছেপ্টেম্বৰ ২০১৪, পৃষ্ঠা নং ১১৮