মাইনা টুডু (ইংৰাজী: Maina ) এগৰাকী ভাৰতীয় চাঁওতালি ভাষাৰ লেখিকা আৰু ওড়িশাৰ গৃহিণী।[1]২০১৭ চনত তেওঁ যুৱ পুৰস্কাৰ লাভ কৰিছিল।

মাইনা টুডু
জন্ম ১৯৮৪
অন্ধাৰিয়া, কুলিয়ানা, ময়ুৰভঞ্জ, ওড়িশা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা লেখিকা, গৃহিণী

জীৱনী সম্পাদনা কৰক

টুডু চাঁওতালি ভাষাৰ এগৰাকী স্নাতক।[1] তেওঁৰ কবিতা সংকলন মাৰ্ছাল দহৰৰ বাবে ২০১৭ চনত টুডুৱে যুৱ পুৰস্কাৰ সন্মান লাভ কৰিছিল।[2][3][4]

টুডুৱে ওল চিকি আদা গাবানও লিখিছিল।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Maina Tudu". Gateway LitFest. 8 December 2017. https://gatewaylitfest.com/4282-2/। আহৰণ কৰা হৈছে: 27 November 2019. 
  2. "YUVA PURASKAR (2011-2019)". Sahitya Akademi. http://sahitya-akademi.gov.in/awards/yuva_samman_suchi.jsp। আহৰণ কৰা হৈছে: 27 November 2019. 
  3. "Literary award for 24 young writers". The Tribune. 23 December 2017. https://www.tribuneindia.com/news/chandigarh/literary-award-for-24-young-writers/517725.html। আহৰণ কৰা হৈছে: 27 November 2019. 
  4. "Regional poets lead Sahitya Akademi Yuva Puraskar". Business Standard. 23 January 2017. https://www.business-standard.com/article/news-ians/regional-poets-lead-sahitya-akademi-yuva-puraskar-117062300491_1.html। আহৰণ কৰা হৈছে: 27 November 2019.