মাজ ৰাতি কেতেকী
অসমীয়া চলচ্চিত্ৰ
মাজ ৰাতি কেতেকী[2][3] (ইংৰাজী: Maj Rati Keteki) সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন অসমীয়া চলচ্চিত্ৰ।[4] ২০১৭ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা আদিল হুছেইনে।
মাজ ৰাতি কেতেকী Maj Rati Keteki | |
---|---|
পৰিচালক | সান্ত্বনা বৰদলৈ[1] |
ৰচনা | সান্ত্বনা বৰদলৈ |
অভিনয়ত |
|
চিত্ৰগ্ৰহণকাৰী | ঘন শেখৰ ভি.এছ. |
সম্পাদনা | উষ্মা বৰদলৈ |
সংগীত পৰিচালক | অনুৰাগ শইকীয়া |
মুক্তি |
২৭ অক্টোবৰ ২০১৭ |
দৈৰ্ঘ্য |
১১৬ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
অভিনয়ত
সম্পাদনা কৰক- আদিল হুছেইন
- ছাকিল ইমটিয়াজ
- মহেন্দ্ৰ ৰাভা
- সুলক্ষণা বৰুৱা
- ৰাহুল গৌতম শৰ্মা
মুক্তি
সম্পাদনা কৰক২০১৭ বৰ্ষৰ ২৭ অক্টোবৰত অসমৰ ছবিগৃহসমূহত চলচ্চিত্ৰখন বাণিজ্যিকভাৱে মুক্তি দিয়া হ'ব।
বঁটা
সম্পাদনা কৰকমাজ ৰাতি কেতেকীয়ে ২০১৬ চনৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটাৰে সন্মানিত হয়।[5]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Prantik Deka. "Santwana Bordoloi’s ‘Maj Rati Keteki’ Selected to Kerala Film Fest". Kothasobi.com. Archived from the original on 2017-05-15. https://web.archive.org/web/20170515140153/http://www.kothasobi.com/festival/santwana-bordolois-maj-rati-keteki-selected-kerala-film-fest/। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ Gopika KP (2016-12-14). "'Maj Rati Keteki' review: memory game". English.manoramaonline.com. http://english.manoramaonline.com/in-depth/iffk-2016-international-film-festival-of-kerala-thiruvananthapuram/movie-review/maj-rati-keteki-iffk-movie.html। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ admin (2016-11-22). "MAJ RATI KETEKI | International Film Festival of Kerala". Iffk.in. Archived from the original on 2017-05-02. https://web.archive.org/web/20170502175054/http://iffk.in/midnight-keteki-2/। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ "Santwana Bordoloi's to begin shooting for second film tomorrow | Business Standard News". Business-standard.com. 2015-12-15. http://www.business-standard.com/article/pti-stories/santwana-bordoloi-s-to-begin-shooting-for-second-film-tomorrow-115121500472_1.html। আহৰণ কৰা হৈছে: 2017-05-06.
- ↑ "64th NFA Catalogue". Directorate of Film Festivals, GOI. https://dff.gov.in/images/Documents/35_64th_NFA_2016_Catalogue.pdf। আহৰণ কৰা হৈছে: 10 April 2022.