মাণিক সাহা (ইংৰাজী: Manik Saha; জন্ম: ৮ জানুৱাৰী ১৯৫৩) এজন ভাৰতীয় ৰাজনীতিবিদ, যিয়ে ত্ৰিপুৰাৰ বৰ্তমান আৰু একাদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[1] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ ত্ৰিপুৰা শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

মানিক সাহা

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেখেতে ১৯৫৩ চনৰ ৮ জানুৱাৰীত মাখন লাল সাহা আৰু প্ৰিয়াবালা সাহাৰ ঘৰত জন্মগ্ৰহণ কৰে।[2][3]তদুপৰি, বিহাৰৰ পাটনাৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় আৰু লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল কলেজৰ পৰা বিডিএছ আৰু এমডিএছ ডিগ্ৰী লাভ কৰে। তেখেতৰ সহধৰ্মিনীৰ নাম হৈছে শ্ৰীমতী স্বপ্না সাহা।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক