মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (ইংৰাজী: Ministry of Human Resource Development), পূৰ্বে শিক্ষাৰ মন্ত্ৰালয় (১৯৮৫ চনৰ ২৫ ছেপ্টেম্বৰলৈকে), ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত 'স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ' আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত 'উচ্চ শিক্ষাৰ বিভাগ'।[2]

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়
মন্ত্ৰণালয়ৰ ৰূপৰেখা
ক্ষেত্ৰাধিকাৰ  ভাৰত
মুখ্য কাৰ্যালয় শাস্ত্ৰী ভৱন,
ড॰ ৰাজেন্দ্ৰ প্ৰসাদ ৰোড,
নতুন দিল্লী
বাৰ্ষিক বাজেট INR৯৯,৩১২ কোটি (১৫.৪৮ বিলিয়ন ডলাৰ) (2020-21 est.)[1]
Minister responsible ৰমেশ পখ্ৰীয়াল 'নিশাংক', কেবিনেট মন্ত্ৰী
Deputy Minister responsible সঞ্জয় শামৰাও ধট্ৰে, ৰাজ্যিক মন্ত্ৰী
মন্ত্ৰণালয় executives R. Subrahmanyam, (IAS Officer)
Rina Ray, (IAS Officer)
সন্তান সংস্থা স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ (Department of School Education and Literacy)
উচ্চ শিক্ষাৰ বিভাগ(Department of Higher Education)
ৱেবছাইট mhrd.gov.in

স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগসম্পাদনা কৰক

স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ দেশত বিদ্যালয়ৰ শিক্ষা আৰু সাক্ষৰতাৰ বিকাশৰ বাবে দায়বদ্ধ। ই শিক্ষাৰ সৰ্বজনীনতাৰ হকে কাম কৰে। ‍

উচ্চ শিক্ষাৰ বিভাগসম্পাদনা কৰক

সাংগঠনিক সজ্জাসম্পাদনা কৰক

উদ্দেশ্যসম্পাদনা কৰক

উদ্ভাৱনী কক্ষসম্পাদনা কৰক

এম আই চি(MIC)ৰ মুখ্য প্ৰথম পদক্ষেপসমূহসম্পাদনা কৰক

মন্ত্ৰীমণ্ডলীসম্পাদনা কৰক

ৰমেশ পখ্ৰিয়াল 'নিচাংক' (৩১ মে', ২০১৯-বৰ্তমানলৈকে)

ৰাজ্যিক মন্ত্ৰীমণ্ডলীসম্পাদনা কৰক

  • সঞ্জয় শৰ্মা ধোট্ৰী (৩১ মে', ২০১৯-বৰ্তমান)

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক স্থানাংকন কাঠামোসম্পাদনা কৰক

তথ্যউৎসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক