মালৌ আলি (ইংৰাজী: Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।

নামৰ উৎপত্তি সম্পাদনা কৰক

মালৌ আলি নামটো মণিপুৰী শব্দ মঙ্গলুৰ পৰা উৎপত্তি হৈছে। এজন আহোম ৰজাই এগৰাকী মণিপুৰৰ ৰাজকুমাৰী বিয়া কৰাইছিল। সেই ৰাজকুমাৰীৰ লগত বহুতো মণিপুৰী লোক যোৰহাটলৈ আহিছিল। তেওঁলোকক মালৌ নামৰ ঠাইত থকাৰ সুবিধা কৰি দিয়া হৈছিল।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক