মুখমৈথুন
মুখকাম বা মুখমৈথুন, যাক কেতিয়াবা মুখসংগম বুলিও কোৱা হয়, হৈছে এনে এক যৌন কাৰ্য্য য'ত এজন ব্যক্তিয়ে মুখগহ্বৰ (ওঁঠ, জিভা, দাঁত) ব্যৱহাৰ কৰি আন এজনৰ যৌনাংগক উদ্দীপিত কৰে ৷ [1] যদি মহিলাৰ যোনি উদ্দীপিত হয়, তেন্তে ইয়াক যোনি-মুখমৈথুন আৰু যেতিয়া পুৰুষৰ লিংগ উদ্দীপিত হয় তেতিয়া ইয়াক শিশ্ন-মুখমৈথুন বোলা হয়।[2][3] ইয়াৰ উপৰিও যদি মুখগহ্বৰৰ জৰিয়তে মানুহৰ শৰীৰৰ আন অংশক উদ্দীপিত কৰা হয়, তেন্তে ইয়াক মৌখিক যৌন সম্পৰ্ক বুলিও গণ্য কৰা হ’ব, যেনে মলদ্বাৰৰ মৌখিক উদ্দীপনাক পায়ুমৈথুন বুলি কোৱা হয়, স্তন, নাভি, উৰু আদিৰ ক্ষেত্ৰতো মুখমৈথুন হিচাপে ধৰা হয়।[4][5][6]
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
যোনি-মুখমৈথুন
সম্পাদনা কৰকএই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
শিশ্ন-মুখমৈথুন
সম্পাদনা কৰকএই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
পায়ু-মুখমৈথুন
সম্পাদনা কৰকএই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
এই মাধ্যম একাংশ পাঠকৰ বাবে গ্ৰহণযোগ্য নহ’বও পাৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Elizabeth Boskey (17 June 2023). "Sexual Health What Should I Know About Oral Sex?". verywellhealth.com. https://www.verywellhealth.com/oral-sex-5079507.
- ↑ Janell L. Carroll (2009). Sexuality Now: Embracing Diversity. Cengage Learning. পৃষ্ঠা. 265–267. ISBN 978-0-495-60274-3. https://archive.org/details/sexualitynowembr0000carr_x0m8। আহৰণ কৰা হৈছে: August 29, 2013.
- ↑ Weiten, Wayne; Lloyd, Margaret A.; Dunn, Dana S.; Hammer, Elizabeth Yost (2008). Psychology Applied to Modern Life: Adjustment in the 21st century. প্ৰকাশক Boston, Massachusetts: Cengage Learning. পৃষ্ঠা. 422. ISBN 978-0-495-55339-7. https://archive.org/details/isbn_2900495553396। আহৰণ কৰা হৈছে: February 26, 2011.
- ↑ "Global strategy for the prevention and control of sexually transmitted infections: 2006–2015. Breaking the chain of transmission". World Health Organization. 2007. http://whqlibdoc.who.int/publications/2007/9789241563475_eng.pdf। আহৰণ কৰা হৈছে: November 26, 2011.
- ↑ Dianne Hales (2008). An Invitation to Health Brief 2010-2011. Cengage Learning. পৃষ্ঠা. 269–271. ISBN 978-0-495-39192-0. https://archive.org/details/invitationtoheal00dian। আহৰণ কৰা হৈছে: August 29, 2013.
- ↑ Alexander, William; Bader, Helaine; LaRosa, Judith H. (2011). New Dimensions in Women's Health. প্ৰকাশক Burlington, Massachusetts: Jones & Bartlett Publishers. পৃষ্ঠা. 211. ISBN 978-1-4496-8375-7. https://books.google.com/books?id=GVPHhIM3IZ0C&pg=PA211। আহৰণ কৰা হৈছে: August 29, 2013.