মুজিব পৰদেশী বাংলাদেশী এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেত লোকগীত্ৰ সোঁত শিল্পী হিচাপে বিশেষ পৰিচিত। তেওঁৰ প্ৰকৃত নাম মুজিবুৰ ৰহমান মোল্লা।

মুজিব পৰদেশী
জন্ম কৰাচী, পাকিস্তান
ৰাষ্ট্ৰীয়তা বাংলাদেশী
অন্য নাম পৰদেশী
পেচা সংগীতকাৰ, গায়ক, গীতিকাৰ
পিতৃ-মাতৃ
  • ইউছুফ আলী মোল্লা

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

তেওঁৰ পিতাকৰ নাম ইউছুফ আলী মোল্লা। তেখেত পাকিস্তানৰ কৰাচিত ব্যৱসা কৰিছিল। মুজিব পৰদেশী কৰাচীত জন্মগ্ৰহণ কৰে।[1] ৬ ভনি, ৩ ভাইৰ মাজত তেখেত সবাৰে ডঙৰ। ১৯৬৫ চনত ১১ বছৰ বয়সত ঢাকালৈ উটি আহে। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা তেখেত মাষ্টাৰ্চ ডিগ্ৰী লাভ কৰে।[1]

সঙ্গীত জীৱন সম্পাদনা কৰক

কৰাচীত ওস্তাদ আশিক আলীৰ পৰা তবলা শিকা আৰম্ভ কৰে।[1] শৈশবত ওস্তাদ গোলাম হায়দাৰ আলী খান, ওস্তাদ ফজলুল হক, ওস্তাদ আমানুল্লাহ'ৰ পৰা শাস্ত্ৰীয় সঙ্গীতত তালিম লৈছিল। ওস্তাদ মনিৰ হোছেন খান তথা ওস্তাদ সাজ্জাদ হোছেন খানৰ পৰা তবলা শিকিছে।[1] তেখেত দীৰ্ঘদিন ধৰি লোকগীতৰ কিংবদন্তী আবদুল আলীমৰ লগত গীত গাইছে। তেখেত গণমানৱৰ বাবেও গীত গাইছে।[2] তেখেত স্বাধীন বাংলা বেতাৰকেন্দ্ৰৰ এজন শিল্পী আছিল

জনপ্ৰিয় গীতসমূহ সম্পাদনা কৰক

মুজিব পৰদেশীৰ জনপ্ৰিয় সমূহৰ মাজত অন্যতম গীতবোৰ হ’ল:


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "কাৰাঘৰৰ পৰা গীত গালে মুজিব পৰদেশী". bdlive24. Archived from the original on 7 January 2016. https://web.archive.org/web/20160107130101/http://www.bdlive24.com/home/details/96786/%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B0-%E0%A6%A5%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%87-%E0%A6%AB%E0%A6%BF%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%9C%E0%A6%BF%E0%A6%AC-%E0%A6%AA%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80। আহৰণ কৰা হৈছে: 15 November 2020. 
  2. 2.0 2.1 "কাৰাঘৰৰ পৰা গীত গালে মুজিব পৰদেশী — bdlive24". Archived from the original on 2016-01-07. https://web.archive.org/web/20160107130101/http://www.bdlive24.com/home/details/96786/%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B0-%E0%A6%A5%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%87-%E0%A6%AB%E0%A6%BF%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%9C%E0%A6%BF%E0%A6%AC-%E0%A6%AA%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80। আহৰণ কৰা হৈছে: 2020-11-15. 
  3. BanglaNews24.com. BanglaNews24.com. http://www.banglanews24.com/entertainment/news/bd/595595.details। আহৰণ কৰা হৈছে: 2018-02-27. 
  4. "আবাৰ সেই মুজিব প্ৰদেশী". প্ৰথম আলো. http://www.prothomalo.com/entertainment/article/731049/। আহৰণ কৰা হৈছে: 15 November 2020.