মুজিব পৰদেশী
মুজিব পৰদেশী বাংলাদেশী এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেখেত লোকগীত্ৰ সোঁত শিল্পী হিচাপে বিশেষ পৰিচিত। তেওঁৰ প্ৰকৃত নাম মুজিবুৰ ৰহমান মোল্লা।
মুজিব পৰদেশী | |
---|---|
জন্ম | কৰাচী, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
অন্য নাম | পৰদেশী |
পেচা | সংগীতকাৰ, গায়ক, গীতিকাৰ |
পিতৃ-মাতৃ |
|
জন্ম আৰু পৰিয়াল
সম্পাদনা কৰকতেওঁৰ পিতাকৰ নাম ইউছুফ আলী মোল্লা। তেখেত পাকিস্তানৰ কৰাচিত ব্যৱসা কৰিছিল। মুজিব পৰদেশী কৰাচীত জন্মগ্ৰহণ কৰে।[1] ৬ ভনি, ৩ ভাইৰ মাজত তেখেত সবাৰে ডঙৰ। ১৯৬৫ চনত ১১ বছৰ বয়সত ঢাকালৈ উটি আহে। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা তেখেত মাষ্টাৰ্চ ডিগ্ৰী লাভ কৰে।[1]
সঙ্গীত জীৱন
সম্পাদনা কৰককৰাচীত ওস্তাদ আশিক আলীৰ পৰা তবলা শিকা আৰম্ভ কৰে।[1] শৈশবত ওস্তাদ গোলাম হায়দাৰ আলী খান, ওস্তাদ ফজলুল হক, ওস্তাদ আমানুল্লাহ'ৰ পৰা শাস্ত্ৰীয় সঙ্গীতত তালিম লৈছিল। ওস্তাদ মনিৰ হোছেন খান তথা ওস্তাদ সাজ্জাদ হোছেন খানৰ পৰা তবলা শিকিছে।[1] তেখেত দীৰ্ঘদিন ধৰি লোকগীতৰ কিংবদন্তী আবদুল আলীমৰ লগত গীত গাইছে। তেখেত গণমানৱৰ বাবেও গীত গাইছে।[2] তেখেত স্বাধীন বাংলা বেতাৰকেন্দ্ৰৰ এজন শিল্পী আছিল
জনপ্ৰিয় গীতসমূহ
সম্পাদনা কৰকমুজিব পৰদেশীৰ জনপ্ৰিয় সমূহৰ মাজত অন্যতম গীতবোৰ হ’ল:
- কলমে নাই কালি,
- আমি বন্দী কাৰাঘৰে,[2][1]
- তোমায় আমি হলেম অচেনা,
- আমাৰ সাদা দিলে কাদা লাগাই গেলি ৰে বন্ধুয়া [3],
- আমি যাৰ লাগি হইলাম অনুৰাগী গো প্ৰাণসজনী,
- আমাৰ জনম গেলো কাঁদিতে,
- আমাৰে নি পড়ে তোমাৰ মনে?[4]
- আমাৰ সোনা বন্ধু ৰে
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 "কাৰাঘৰৰ পৰা গীত গালে মুজিব পৰদেশী". bdlive24. Archived from the original on 7 January 2016. https://web.archive.org/web/20160107130101/http://www.bdlive24.com/home/details/96786/%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B0-%E0%A6%A5%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%87-%E0%A6%AB%E0%A6%BF%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%9C%E0%A6%BF%E0%A6%AC-%E0%A6%AA%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80। আহৰণ কৰা হৈছে: 15 November 2020.
- ↑ 2.0 2.1 "কাৰাঘৰৰ পৰা গীত গালে মুজিব পৰদেশী — bdlive24". Archived from the original on 2016-01-07. https://web.archive.org/web/20160107130101/http://www.bdlive24.com/home/details/96786/%E0%A6%95%E0%A6%BE%E0%A6%B0%E0%A6%BE%E0%A6%97%E0%A6%BE%E0%A6%B0-%E0%A6%A5%E0%A7%87%E0%A6%95%E0%A7%87-%E0%A6%97%E0%A6%BE%E0%A6%A8%E0%A7%87-%E0%A6%AB%E0%A6%BF%E0%A6%B0%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%AE%E0%A7%81%E0%A6%9C%E0%A6%BF%E0%A6%AC-%E0%A6%AA%E0%A6%B0%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%80। আহৰণ কৰা হৈছে: 2020-11-15.
- ↑ BanglaNews24.com. BanglaNews24.com. http://www.banglanews24.com/entertainment/news/bd/595595.details। আহৰণ কৰা হৈছে: 2018-02-27.
- ↑ "আবাৰ সেই মুজিব প্ৰদেশী". প্ৰথম আলো. http://www.prothomalo.com/entertainment/article/731049/। আহৰণ কৰা হৈছে: 15 November 2020.