মুসাসা ভাষা
পূৰ্বী ভাৰতীয়-আৰ্য ভাষা
মুসাসা (উচ্চাৰিত মুচাচা) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ নেপালত ব্যৱহৃত। ই পূৰ্বী ভাৰতীয়-আৰ্য গোটৰো বিহাৰী উপ-গোটৰ অংশ। এই ভাষা ঘাইকৈ জনকপুৰ, কোশী আৰু সাগৰমথা অঞ্চলত ব্যৱহাৰ কৰা হয়।[2] মুসাহাৰ জাতৰ লোকে ঘাইকৈ এই ভাষা ব্যৱহাৰ কৰে।
Musasa | |
---|---|
থলুৱা অঞ্চল | নেপাল |
স্থানীয় ভাষিক |
৫০,০০০ (2003)e18 |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | smm |
গ্লোটোলগ | musa1263 [1] |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Musasa". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/musa1263.
- ↑ Musasa at Ethnologue (21st ed., 2018)