পদ্মশ্ৰী ড° মুস্তানছিৰ বাৰ্মা এগৰাকী প্ৰখ্যাত ভাৰতীয় পদাৰ্থবিদ। তেওঁ পৰিসাংখ্যিক বল বিজ্ঞান ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে বিখ্যাত। বৰ্তমান তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান , মুম্বাইৰ সঞ্চালক। [1]

ড° মুস্তানছিৰ বাৰ্মা
সঞ্চালক, টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০৭
ব্যক্তিগত তথ্য
জন্ম ২৭ ডিচেম্বৰ, ১৯৫০
মুম্বাই, ভাৰত
শিক্ষানুষ্ঠান কেম্পিয়ন স্কুল, মুম্বাই,
ছেইন্ট জেভিয়াৰ্ছ কলেজ, মুম্বাই,
ষ্টেট য়ুনিভাৰ্ছিটি অৱ নিউইয়ৰ্ক, ষ্টনী ব্ৰুক(ইংৰাজী:State University of New York at Stony Brook)
জীৱিকা অধ্যাপক, বিজ্ঞানী, লেখক

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • Indian National Science Academy-ৰ যুৱ বিজ্ঞানী বঁটা (১৯৮০)।
  • Indian Academy of Sciences-ৰ Associate (১৯৮৩-৮৬)।
  • CSIR -ৰ দ্বাৰা পদাৰ্থবিজ্ঞানত শান্তি স্বৰূপ ভাটনাগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বঁটা (১৯৯৫)।
  • সন্মানীয় অধ্যাপক, জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ, বাংগালোৰ (১৯৯৮-২০০১)।
  • DAE পদাৰ্থবিজ্ঞানত ৰাজা ৰামান্না বক্তৃতা পুৰস্কাৰ (২০০৪)।
  • ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এচ এন বোস Centenary Award (২০০৭)।
  • Department of Science and Technology-ৰ জে চি বোস ফেল'শ্বিপ (২০০৭)।
  • সপ্তম আব্দুচ চালাম সোঁৱৰণী বক্তৃতা, জামিয়া মিলিয়া ইছলামিয়া (২০০৯)।
  • আৰ এছ গোয়ল পুৰস্কাৰ (২০০৬), ২০১০ চনত প্ৰদান কৰা হৈছিল।
  • পদ্মশ্ৰী(২০১৩) [2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক