মেধা পাটকৰ

ভাৰতীয় সমাজ কৰ্মী
(মেধা পাটকাৰৰ পৰা পুনঃনিৰ্দেশিত)



মেধা পাটকৰ (ইংৰাজী: Medha Patkar, মাৰাঠী:मेधा पाटकर) ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী।[1] নৰ্মদা বচাও আন্দোলনত পালন কৰা উল্লেখনীয় ভূমিকাৰ বাবে এখেত বিখ্যাত।

মেধা পাটকৰ
জন্ম ১২ ডিচেম্বৰ, ১৯৫৪ চন
ভাৰত মুম্বাই, মহাৰাষ্ট্ৰ
সংস্থা নেচনেল এলায়েঞ্ছ ফৰ পিপলচ্ মুভমেন্ট
(National Alliance of People's Movements, NAPM)
ৰাজনৈতিক আন্দোলন নৰ্মদা বচাও আন্দোলন

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৫৪ চনৰ ১ ডিচেম্বৰত মহাৰাষ্ট্ৰমুম্বাইত মেধা পাটকৰৰ জন্ম হয়।

টাটা সামাজিক বিজ্ঞান সংস্থানৰ পৰা সমাজ সেৱা বিভাগত এখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

সন্মান আৰু পুৰস্কাৰ সম্পাদনা কৰক

  • ৰাইট লাইভ‌‌‌‍লিহুড এৱাৰ্ড (Right Livelihood Award), ১৯৯১ চন, ছুইডেন[2]
  • গ'ল্ডমেন পৰিবেশ পুৰস্কাৰ (ইংৰাজী: Goldman Environmental Prize), ১৯৯২ চন, ছানফ্ৰান্সিস্ক', কেলিফৰ্ণিয়া
  • গ্ৰীন ৰিবন এৱাৰ্ড (ইংৰাজী: Green Ribbon Award)

সমালোচনা সম্পাদনা কৰক

২০১০ চনত মহাৰাষ্ট্ৰ ৰাজ্যৰ জৈতাপুৰ আনৱিক শক্তি প্ৰকল্পৰ বিৰোধিতা নকৰা বাবে মেধা পাটকৰকলৈ স্থানীয় সমাজকৰ্মী সমুহ অসন্তুস্থ হৈ উঠে। এজন স্থানীয় সমাজকৰ্মীয়ে "মেধা পাটকৰে নিজেই আগভাগ লোৱা বিষয়সমুহ পাচলৈ পৰিত্যাগ কৰে। গতিকে তেখতৰ কথাক আগলৈ গুৰুত্ব সহকাৰে বিবেচনা কৰিব পৰা নাযাব" বুলি মন্তব্য দিয়ে।[3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sanger, Vasundhara. "A mother speaks: I worry for her but I know Medha is right" Archived 2012-03-15 at the Wayback Machine. The Times Of India
  2. Right Livelihood Award website
  3. Medha fan base shrinks in Konkan[সংযোগবিহীন উৎস], The Sunday Guardian,Retrieved 2010-12-29

বহিঃ সংযোগ সম্পাদনা কৰক