মেৰেং (ইংৰাজী: Mereng) হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। ২০১০ চনৰ ডিচেম্বৰ মাহত বনলতা প্ৰকাশনে উপন্যাসখন প্ৰথম প্ৰকাশ কৰি উলিয়ায়। ইন্দিৰা মিৰিৰ জীৱনক কেন্দ্ৰ কৰি মূলতঃ এই উপন্যাসখন লিখা হৈছিল।[1]

মেৰেং  
লেখক অনুৰাধা শৰ্মা পূজাৰী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বনলতা প্ৰকাশন
প্ৰকাশ ডিচেম্বৰ,২০১০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Anuradha Sharma Pujari (2010). "Mereng". Banalata. পৃষ্ঠাসমূহ: 200. https://www.goodreads.com/book/show/17880946-mereng। আহৰণ কৰা হৈছে: 29 June 2015.