মোলাই কাঠনি
অসমৰ অৰণ্য
মোলাই কাঠনি ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে[1] অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেওঁৰ উপনাম 'মোলাই' নামেৰে নামকৰণ কৰি 'মোলাই কাঠনি' ৰখা হৈছে।[2][3]
মোলাই কাঠনি | |
---|---|
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | যোৰহাট |
স্থানাংক | 26°51′0″N 94°9′8″E / 26.85°N 94.15222°Eস্থানাংক: 26°51′0″N 94°9′8″E / 26.85°N 94.15222°E |
মাটিকালি | ৫৫০ হেক্টৰ |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Jadav Molai Payeng – the 'Forest Man of India', কাৰেণ্ট চায়েন্স, ২৫ ফেব্ৰুৱাৰী ২০১৪". http://www.currentscience.ac.in/Volumes/106/04/0499.pdf। আহৰণ কৰা হৈছে: মাৰ্চ 21, 2014.
- ↑ ঘাটৰ সিপাৰৰ কাঠনিবাৰী Archived 2021-05-08 at the Wayback Machine, লিখক: হেমন্ত ফুকন, দা চানডে ইণ্ডিয়ান ৱেবছাইট
- ↑ "Indian Man, Jadav "Molai" Payeng, Single-Handedly Plants A 1,360 Acre Forest In Assam". huffingtonpost.com. http://www.huffingtonpost.com/2012/04/03/indian-man-jadav-molai-pa_n_1399930.html?utm_hp_ref=fb&src=sp&comm_ref=false। আহৰণ কৰা হৈছে: March 6, 2013.