মৰশাল গছ (বৈজ্ঞানিক নাম: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়ালৰ অন্তৰ্গত ভাটিকা (Vatica) গণৰ এবিধ সপুষ্পক উদ্ভিদপ্ৰজাতি

মৰশাল গছ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Dipterocarpaceae
গণ: Vatica
প্ৰজাতি: V. lanceaefolia
বৈজ্ঞানিক নাম
Vatica lanceaefolia
Blume

মড়ল গছ বাংলাদেশ, ভাৰত, আৰু ম্যানমাৰ-বাৰ্মাত পোৱা যায়।

বাসস্থানৰ অভাৱৰ বাবে এই উদ্ভিদ প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকাৰ ঘোৰ সংকটজনক প্ৰজাতি হিচাহে তালিকাভূক্ত কৰা হৈছে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Ashton, P. (1998). Vatica lanceifolia. 1998. p. e.T33031A9751387. doi:10.2305/IUCN.UK.1998.RLTS.T33031A9751387.en.