ম (বঙালী)
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ম চাওক।
ম (বঙালী লিপিত ম, আই-পি-এ:/mɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ২৫তম্ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ম উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকআ-- মা
ই-- মি
ঈ-- মী
উ-- মু
ঊ-- মূ
ঋ-- মৃ
এ-- মে
ঐ-- মৈ
ও-- মো
ঔ-- মৌ
"ম"ৰে আৰম্ভ শব্দ
সম্পাদনা কৰক- মা (মা)
- মন (মন)
- মন্দির (মন্দিৰ)
- মেঘ (মেঘ)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি