যখিনী লতা
যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।[3]
যখিনী লতা | |
---|---|
Vallaris glabra | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Gentianales |
পৰিয়াল: | Apocynaceae |
গণ: | Vallaris Burm.f. 1768 |
সমাৰ্থক[2] | |
|
বিৱৰণ
সম্পাদনা কৰকযখিনী লতাৰ ঠাল-ঠেঙুলি কঠিন। ইয়াৰ ঠালত ঘা লাগিলে তাৰপৰা গাখীৰৰ দৰে বগা ৰস ওলায়। [4]
বিস্তৃতি
সম্পাদনা কৰকযখিনী লতা চীন, ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ।[2][5] উত্তৰ-পূব ভাৰতত নগা ভূমি, উত্তৰ কাছাৰ কাৰ্বি আংলং, মেঘালয় আদি পৰ্বতীয়া ভূখণ্ডত ইয়াক প্ৰধানকৈ দেখা যায়।
তথ্যউৎস
সম্পাদনা কৰক- ↑ "Tropicos.org". http://tropicos.org/NameSearch.aspx?name=Peltanthera&commonname=। আহৰণ কৰা হৈছে: 28 March 2015.
- ↑ 2.0 2.1 "World Checklist of Selected Plant Families". http://apps.kew.org/wcsp/synonomy.do?name_id=211376। আহৰণ কৰা হৈছে: May 17, 2014.
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
- ↑ Flora of China Vol. 16 Page 177 纽子花属 niu zi hua shu Vallaris N. Burman, Fl. Indica. 51. 1768.
লগতে চাওক
সম্পাদনা কৰক- Ng, F.S.P. (2006). Tropical Horticulture and Gardening. Clearwater Publications, Kuala Lumpur, Malaysia, 361 p., আই.এচ.বি.এন. 983-42954-0-5.
ৱিকিমিডিয়া কমন্সত যখিনী লতা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |