যান্ত্ৰিক অভিযান্ত্ৰিকী
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
যান্ত্ৰিক অভিযান্ত্ৰিকী (ইংৰাজী: Mechanical Engineering, মেকানিকেল ইঞ্জিনিয়াৰিং) এটা অভিযান্ত্ৰিক বিষয়, যত অভিযান্ত্ৰিকী , পদাৰ্থ বিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিধি প্ৰয়োগ কৰি কোনো যান্ত্ৰিক প্ৰক্ৰিয়া এটাৰ ৰূপায়ণ, বিশ্লেষণ, নিৰ্মাণ আৰু প্ৰতিপালন কৰা হয়। ই এটা অভিযান্ত্ৰিক বিষয়ৰ শাখা য'ত কল-কব্জাৰ ৰূপায়ণ, উৎপাদন আৰু .[1][2] পৰিচালনৰ কথা নিহীত হৈ আছে। ই এটা অতিকে পুৰণি আৰু ব্যাপক অভিযান্ত্ৰিক বিষয়।
জীৱিকা | |
---|---|
নাম | যান্ত্ৰিক অভিযন্তা |
প্ৰকাৰ |
Profession |
সক্ৰিয়তাৰ ক্ষেত্ৰ |
mechanics, thermodynamics, applied mechanics, fluid mechanics, electricity |
বিৱৰণ | |
যোগ্যতা | technical knowledge, management skills, design |
প্ৰয়োজনীয় শিক্ষা |
see professional requirements |
নিযুক্তিৰ ক্ষেত্ৰ |
technology, science, exploration, military |
ইতিহাসসম্পাদনা কৰক
শিক্ষাসম্পাদনা কৰক
পাঠ্যক্ৰ্মসম্পাদনা কৰক
যান্ত্ৰিক অভিযান্ত্ৰিকীৰ মৌলিক বিষয় সমূহ:
- গণিত (বিশেষকৈ, কলন-গণিত, অবকলীয় সমীকৰণ,আৰু ৰৈখিক বীজগণিত)
- মৌলিক ভৌতিক বিজ্ঞান (পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান সমন্বিতে)
- স্থিতি বিজ্ঞান আৰু গতি-বিজ্ঞান
- সামগ্ৰীৰ জোৰ আৰু গোটাৱস্থাৰ গতি-স্থিতি বিজ্ঞান
- সামগ্ৰী অভিযান্ত্ৰিকী , মিশ্ৰ-সামগ্ৰী
- উষ্মাগতি-বিজ্ঞান, তাপ-স্থানান্তৰণ, শক্তি-ৰূপান্তৰণ, আৰু HVAC উবাবা (উত্তাপন,বাতায়ন, বাতানুকুলন) (বিঃদ্ৰঃ উচ্চ বিভৱান্তৰীয় উভমুখী বিজুলীসোঁত(উবিউবি নহয়)
- ইন্ধন, জ্বলন, অন্তঃপ্ৰদাহ ইঞ্জিন
- পনীয়াৱস্থাৰ গতি-স্থিতি বিজ্ঞান (পানীয়ৰ স্থিতি বিজ্ঞান আৰু পানীয়ৰ গতি-বিজ্ঞান)
- যান্ত্ৰিক প্ৰক্ৰিয়া আৰু কল(যান্ত্ৰিক) ৰূপায়ণ (including kinematics and dynamics)
- তুলায়ন আৰু জোখমাখ
- উৎপাদন অভিযান্ত্ৰিকী, প্ৰযুক্তি, বা প্ৰক্ৰিয়া সমূহ
- কম্পন, নিয়ন্ত্ৰণ-তত্ত্ব আৰু নিয়ন্ত্ৰণ অভিযান্ত্ৰিকী
- তৈলচাপ-তন্ত্ৰ, আৰু বায়ৱচাপ-তন্ত্ৰ
- বিদ্যুত-যান্ত্ৰিকী, আৰু কৃত্ৰিম-মানৱীয় তন্ত্ৰ
- অভিযান্ত্ৰিক ৰূপায়ণ আৰু উৎপাদ ৰূপায়ণ়়
- অভিযান্ত্ৰিক চিত্ৰাংকন, গন্ত্ৰ-সহায়িত ৰূপায়ণ (CAD) আৰু গন্ত্ৰ-সহায়িত উৎপাদন (CAM)[3][4]
অনুজ্ঞাপত্ৰ ও বিধিনিয়মসম্পাদনা কৰক
বেতন ও শ্ৰ্মিকশক্তিসম্পাদনা কৰক
আধুনিক সা-সৰঞ্জামসম্পাদনা কৰক
উপবিভাগসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ engineering "mechanical engineering". The American Heritage Dictionary of the English Language, Fourth Edition. Retrieved: 19 September 2014.
- ↑ "mechanical engineering". Webster dictionary. Retrieved: 19 September 2014.
- ↑ University of Tulsa Required ME Courses - Undergraduate Majors and Minors. Department of Mechanical Engineering, University of Tulsa, 2010. Accessed: 17 December 2010.
- ↑ Harvard Mechanical Engineering Page. Harvard.edu. Accessed: 19 June 2006.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত যান্ত্ৰিক অভিযান্ত্ৰিকী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকি উদ্ধৃতিত যান্ত্ৰিক অভিযান্ত্ৰিকী বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- Cornell University e-book library of classic texts on mechanical design and engineering. Also, Kinematic Models for Design Digital Library (KMODDL) – Movies and photos of working mechanical systems models.
- Mechanical engineering classes from MIT OpenCourseWare