লঙ্কা মহাবিদ্যালয়

অসমৰ শিক্ষানুষ্ঠান


লঙ্কা মহাবিদ্যালয় (ইংৰাজী: Lanka Mahavidyalaya) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ হোজাই জিলালঙ্কাত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

লঙ্কা মহাবিদ্যালয়
স্থাপিত ১৯৭৯
ধৰণ ৰাজহুৱা
স্থান লঙ্কা, হোজাই জিলা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট www.lankamahavidyalaya.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক