ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
অসমৰ শিক্ষানুষ্ঠান
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় (ইংৰাজী: Lalit Chandra Bharali College) হৈছে ১৯৭১ চনত স্থাপিত অসমৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন সাধাৰণ স্নাতকৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭১ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° এডিচন আলি (Dr. Adison Ali) |
স্থান | গুৱাহাটী, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | lcbcollege |
বিভাগ
সম্পাদনা কৰকবিজ্ঞান
সম্পাদনা কৰক- পদাৰ্থ বিজ্ঞান
- গণিত
- ইলেক্ট্ৰনিকছ এণ্ড কমুনিকেশ্যন টেক্নোলজি (Electronics and communication technology)
- পৰিসংখ্যা
- কম্পিউটাৰ বিজ্ঞান
কলা আৰু বাণিজ্য
সম্পাদনা কৰক- অসমীয়া
- বঙালী
- ইংৰাজী
- হিন্দী
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- বাণিজ্য
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Affiliated College of Gauhati University". Archived from the original on 2017-06-06. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 2021-07-28.