লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা
(লাওৰ পৰা পুনঃনিৰ্দেশিত)

লাও বা লাউ নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে:

  • লাও হৈছে অসমৰ এবিধ পৰম্পৰাগত নিচাজাতীয় পানীয়।
  • লাও (পাচলি) হৈছে খাদ্যৰূপে ব্যৱহৃত এবিধ পাচলি।
  • লাউচ বা লাও হৈছে দক্ষিণ-পূব এছিয়াৰ এক স্বাধীন ৰাষ্ট্ৰ।
  • লাও ভাষা হৈছে লাউচৰ আধিকাৰীক ভাষা।
  • লাও জনগোষ্ঠী দক্ষিণ-পূব এছিয়াৰ এক খিলঞ্জীয়া টাই জনগোষ্ঠী।