লালু প্ৰসাদ যাদৱ

বিহাৰৰ বিংশতম মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী

লালু প্ৰসাদ যাদৱ (ইংৰাজী: Lalu Prasad Yadav), এজন ভাৰতীয় ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ সভাপতি।[1][2] তেওঁ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (১৯৯০-১৯৯৭), ভাৰতৰ প্ৰাক্তন ৰেল মন্ত্ৰী (২০০৪-২০০৯), তাৰোপৰি লোকসভাৰ প্ৰাক্তন সংসদ সদস্য (এম পি)ও আছিল।

লালু প্ৰসাদ যাদৱ

Yadav as Union Minister of Railways, addressing in New Delhi, September 12, 2004.
ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতিৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
০৫ জুলাই ১৯৯৭
পূৰ্বসূৰী পদ স্থাপন কৰা হৈছে
ৰে'ল মন্ত্ৰী
কাৰ্যকাল
২৪ মে’ ২০০৪ – ২৩ মে’ ২০০৯
প্ৰধানমন্ত্ৰী Manmohan Singh
পূৰ্বসূৰী নীতিশ কুমাৰ
উত্তৰসূৰী Mamata Banerjee
সমষ্টি Saran
20th Chief Minister of Bihar
কাৰ্যকাল
4 Apr 1995 – 25 Jul 1997
পূৰ্বসূৰী ৰাষ্ট্ৰপতিৰ শাসন
উত্তৰসূৰী ৰাবৰি দেৱী
কাৰ্যকাল
১০ মাৰ্চ ১৯৯০ – ২৮ মাৰ্চ ১৯৯৫
পূৰ্বসূৰী জগন্নাথ মিশ্ৰ
উত্তৰসূৰী ৰাষ্ট্ৰপতি শাসন
সংসদৰ সদস্য
কাৰ্যকাল
2009–2013
উত্তৰসূৰী Rajiv Pratap Rudy
সমষ্টি Saran
কাৰ্যকাল
24 May 2004 – 22 May 2009
পূৰ্বসূৰী ৰাজীৱ প্ৰতাপ ৰুডী
উত্তৰসূৰী Constituency delimitated
সমষ্টি ছপৰা
কাৰ্যকাল
২ ডিচেম্বৰ ১৯৮৯ – ১৩ মাৰ্চ ১৯৯১
পূৰ্বসূৰী ৰামবাহাদুৰ সিং
উত্তৰসূৰী লাল বাবু ৰায়
কাৰ্যকাল
২৩ মাৰ্চ ১৯৭৭ – ২২ আগষ্ট ১৯৭৯
পূৰ্বসূৰী ৰামশেখৰ প্ৰসাদ সিং
উত্তৰসূৰী সত্য দেও সিং
ব্যক্তিগত তথ্য
জন্ম ১১ জুন, ১৯৪৮ (৭৫ বছৰ)
ফুলৱাৰিয়া গাঁও, গোপালগঞ্জ জিলা, বিহাৰ, ভাৰত
ৰাজনৈতিক দল ৰাষ্ট্ৰীয় জনতা দল
দাম্পত্যসঙ্গী ৰাবৰি দেৱী (বি. ১৯৭৩)
সমন্ধ তেজ প্ৰতাপ সিং যাদৱ (জোৱাই)
চিৰঞ্জীৱ ৰাও (জোৱাই)
সাধু যাদৱ (ভিনদেউ)
সুভাষ প্ৰসাদ যাদৱ (ভিনদেউ)
সন্তান ৯ (তেজস্বী যাদৱ, তেজ প্ৰতাপ যাদৱ and মিছা ভাৰতী)
মাতৃ মাৰাচীয়া দেৱী
পিতৃ কুন্দন ৰায়
শিক্ষানুষ্ঠান পাটনা বিশ্ববিদ্যালয় (এম.এ, এল.এল.বি)
ৱেবছাইট rjd.co.in/shri-lalu-prasad/

প্ৰাথমিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

পিতৃ-মাতৃৰ ছয় পুত্ৰৰ ভিতৰত দ্বিতীয় সন্তান লালু প্ৰসাদ যাদৱৰ জন্ম বিহাৰৰ গোপালগঞ্জ জিলাৰ ফুলৱাৰিয়া গাঁৱত কুন্দন ৰায় আৰু মাৰাচিয়া দেৱীৰ ঘৰত হৈছিল। স্থানীয় মজলীয়া বিদ্যালয়ত পঢ়াৰ পিছত তেওঁ ডাঙৰ ভাইটিৰ সৈতে পাটনালৈ গৈ পঢ়িবলৈ লয়।[3]

পাটনা বিশ্ববিদ্যালয়ৰ অধীনস্থ বি এন কলেজৰ পৰা আইন শাখাত স্নাতক‌ আৰু ৰাজনীতি বিজ্ঞানত এম.এ. কৰে।[4] তেওঁ পাটনাৰ বিহাৰ পশু চিকিৎসা মহাবিদ্যালয়ত কেৰাণী হিচাপে কাম কৰিছিল য'ত তেওঁৰ ডাঙৰ ভাতৃও পিয়ন আছিল। লালু প্ৰসাদ যাদৱ কৃষি জাতিৰ।[5] ২০০৪ চনত তেওঁক পাটনা বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।[6]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

লালু প্ৰসাদ যাদৱে ১৯৭৩ চনৰ ১ জুনত ৰাবৰি দেৱীক বিয়া কৰায়, আৰু তাৰ পিছত তেওঁলোকৰ দুজন পুত্ৰ আৰু সাতজনী কন্যা সন্তান জন্ম হয়।[7][8][9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Scanned Copy of 2009 Lok Sabha election affidavit". Association of Democratic Reforms. http://docs.myneta.info/affidavits/ls2009db/965/LaluPrasad_CR1.jpg। আহৰণ কৰা হৈছে: 4 October 2013. 
  2. "Lalu Prasad Yadav: The shrewd politician's highs and lows". Rediff. 30 September 2013. https://www.rediff.com/news/report/slide-show-1-lalu-prasad-yadav-the-shrewd-politicians-highs-and-lows/20130930.htm. 
  3. "The Promise And Betrayal Of Lalu Prasad Yadav". Tehlka.com. 3 October 2013. Archived from the original on 13 October 2013. https://web.archive.org/web/20131013071638/http://www.tehelka.com/the-promise-and-betrayal-of-lalu-prasad-yadav/. 
  4. "What are the qualifications (schooling) of Modi and Lalu Yadav?". Quora. 1948-06-11. https://www.quora.com/What-are-the-qualifications-schooling-of-Modi-and-Lalu-Yadav। আহৰণ কৰা হৈছে: 2022-02-27. 
  5. "Lalu, the milkman's son who rose from clerk to CM". The Times of India. 1 October 2013. Archived from the original on 3 October 2013. https://web.archive.org/web/20131003101948/http://articles.timesofindia.indiatimes.com/2013-10-01/india/42573630_1_lalu-prasad-fodder-scam-rjd. 
  6. "Laloo says 'no' to PU doctorate". The Times of India. 11 January 2004. Archived from the original on 2013-09-21. https://web.archive.org/web/20130921061120/http://articles.timesofindia.indiatimes.com/2004-01-11/patna/28331561_1_doctorate-pu-syndicate-patna-university-syndicate. 
  7. "Lalu paid off a debt to his wife handsomely". DNA. 19 November 2013. https://www.dnaindia.com/india/report-lalu-paid-off-a-debt-to-his-wife-handsomely-1093659. 
  8. Thakurta, Paranjoy Guha (8 May 2004). "The durability of Laloo Prasad Yadav". Business Line. http://www.thehindubusinessline.in/2004/05/08/stories/2004050800031000.htm. 
  9. "Sons in Bihar cabinet, daughters wed to Mulayam kin - sprawling Lalu family tree spans party lines". The Print. 24 August 2022. https://theprint.in/politics/sons-in-bihar-cabinet-daughters-wed-to-mulayam-kin-sprawling-lalu-family-tree-spans-party-lines/1095654/.