লিঅ'নেল মেছি

আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ

লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; স্পেনিছ উচ্চাৰণ: [ljoˈnel anˈdɾes ˈmesi] ( শুনক)) (জন্ম ২৪ জুন, ১৯৮৭) ফ্ৰেঞ্চ ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰমেইন আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।

লিঅ'নেল মেছি

২০১৮ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ হকে খেলি থকা মুহূৰ্তত মেছি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামলিঅ'নেল আন্দ্ৰেছ মেছি[1]
জন্ম২৪ জুন, ১৯৮৭ (৩৭ বছৰ)[1]
জন্মস্থানৰ'জাৰিঅ', আৰ্জেণ্টিনা[1]
উচ্চতা৫ ফুট ৭ ইঞ্চ[1]
খেলা স্থানৰাইট ৱিংগাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবপেৰিছ ছেইণ্ট জাৰমেইন
সংখ্যা৩০
যুৱ কেৰিয়াৰ
1995–2000নিউৱেলছ অ'ল্ড বয়েজ
2000–2003বাৰ্চিলোনা
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
2003–2004বাৰ্চিলোনা C১০(৫)
2004–2005বাৰ্চিলোনা B২২(৬)
2004–2021বাৰ্চিলোনা৭৭৮(৬৭২)
2021–পেৰিছ ছেইণ্ট জাৰমেইন৩৯(১৩)
ৰাষ্ট্ৰীয় দল
2004–2005আৰ্জেণ্টিনা U20১৮(১৪)
2007–2008আৰ্জেণ্টিনা U23(২)
2005–আৰ্জেণ্টিনা১৭২(৯৮)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 01:38, 17 May 2014 (UTC)।


‡ ৰাষ্ট্ৰীয় দলৰ কেপ আৰু গ' ল, এই তাৰিখলৈকে শুদ্ধ
01:00, 15 June 2014 (UTC)

তেওঁ ২১ বছৰ বয়সত বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছৰ বছৰতে (২০০৯ চন) তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। ২০১০ চনত তেওঁ ফিফা বেলন ডিঅ'ৰ লাভ কৰে আৰু ২০১১ আৰু ২০১২ চনত পুনৰ সেই খিতাপৰ অধিকাৰী হয়। তেওঁ ২০১০-২০১১ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ উৱেফা বঁটাও লাভ কৰিছিল। মাত্ৰ ২৪ বছৰ বয়সত তেওঁ সকলোবোৰ আনুষ্ঠানিক প্ৰতিযোগিতা ধৰি বাৰ্চিলোনাৰ সৰ্বোচ্চ স্ক'ৰাৰ হৈ পৰে। লা লিগাত ২০০টা গ'ল কৰা কনিষ্ঠ খেলুৱৈও মেছিয়েই।

বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কিছুমানে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা[2][3][4][5][6][7] মেছি সাতবাৰ ফিফা/বেলন ডিঅ'ৰ বঁটা আৰু তিনিবাৰ ইউৰোপীয়ান গ'ল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। বাৰ্চিলোনাৰ হৈ মেছিয়ে ছবাৰ লীগ খিতাপ, দুবাৰ ক'পা ডেল ৰে', পাঁচবাৰ চুপাৰক'পা, তিনিবাৰ উৱেফা চেম্পিয়ন্‌ছ লীগ, দুবাৰ উৱেফা চুপাৰ কাপ আৰু দুবাৰ ফিফা ক্লাব বিশ্বকাপ লাভ কৰিছে।

একাধাৰে চাৰিখন উৱেফা চেম্পিয়ন্‌ছ লীগত অধিকতম সাফল্য অৰ্জন কৰা মেছি হৈছে প্ৰথম আৰু একমাত্ৰ খেলুৱৈ, আৰু লগতে প্ৰতিযোগিতাখনত অধিকতম হেট্ট্ৰিক অৰ্জন(৪) কৰাৰ ৰেকৰ্ডো মেছিৰ নামতে আছে। ২০১২ চনৰ মাৰ্চ মাহত মেছিয়ে চেম্পিয়নছ লীগৰ এখন খেলতে প্ৰথম খেলুৱৈ হিচাপে পাঁচটা গ'ল কৰি নতুন ইতিহাস ৰচে। তেওঁ চেম্পিয়ন্‌ছ লীগৰ একেটা চীজনত জ'ছে আলটাফিনিৰ ১৪টা গ'লৰ ৰেকৰ্ডৰ লগতো সমতা স্থাপন কৰে যিটো পিছলৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড'ই ভংগ কৰে। মেছিয়ে ২০১১-১২ সময়ছোৱাত ৭৩টা গ'লেৰে নতুন ইউৰোপীয়ান ৰেকৰ্ড গঢ়ে। সেই চিজনত তেওঁ ৫০টা গ'লেৰে লা লীগাৰ এটা চিজনত অৰ্জন কৰা গ'লসাফল্যৰ ৰেকৰ্ড স্থাপন কৰে। তদুপৰি একেটা চিজনতে ছখন ভিন্ন আনুষ্ঠানিক প্ৰতিযোগিতাত সাফল্য অৰ্জনৰ লগতে সহায়কৰ ভূমিকা পালন কৰা মেছিক প্ৰথমজন খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৩ৰ দিনা মেছিয়ে বাৰ্চিলোনাৰ হকে ৩০০তম গ'লটো দিয়ে। ৩০ মাৰ্চ, ২০১৩ৰ দিনা ব্যৱসায়িক ফুটবল লীগত ধাৰাবাহিকভাৱে প্ৰতিটো টীমৰ বিৰূদ্ধে গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে লা লীগাৰ ১৯তম চিজনত একেৰাহে গ'লসাফল্য অৰ্জন কৰে। তেওঁ পিছত এই ৰেকৰ্ড ২১টা লৈ বৃদ্ধি কৰে, আৰু তেওঁৰ উৰুৰ আঘাতৰ বাবে এই অভিলেখ ২১টাতে থমকি ৰ'ব লগা হয়। ২০১৪ চনৰ মাৰ্চ মাহত ৰিয়েল মাদ্ৰিদ (Real Madrid)ৰ বিৰূদ্ধে হেট্ট্ৰিক কৰি সৰ্বোচ্চ গ'ল আৰু হেট্ট্ৰিকৰ সৈতে এল ক্লাচিক' (El Clásico)ৰ ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰে।

মেছিয়ে সৰ্বোকৃষ্ট খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা (৬টা গ'লৰ সৈতে) হিচাপে সমাপ্তি ঘটাই আৰ্জেণ্টিনা(Argentina)ক ২০০৫ চনৰ ২০ বছৰ অনূৰ্ধ্ব বিশ্বকাপ(২০০৫ FIFA U-২০ World Cup) জিকাত সহায় কৰে। (২০০৬)চনত তেওঁ আৰ্জেণ্টিনাৰ হকে ফিফা বিশ্বকাপ খেলা(FIFA World Cup)ৰ লগতে গ'ল দি কনিষ্ঠতম আৰ্জেণ্টাইন খেলুৱৈ হৈ পৰে, আৰু ইয়াৰ লগতে ২০০৭চনত ক'পা আমেৰিকা(Copa América)ত সৰ্বোচ্চ কনিষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৰানাৰ্চ আপ মেডেলো জয় কৰে। ২০০৮ চনত তেখেতে আৰ্জেণ্টিনা অলিম্পিক ফুটবল দল (Argentina Olympic football team)ৰ সৈতে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মান হিচাপে অলিম্পিক স্বৰ্ণ মেডেল (Olympic Gold Medal) জয় কৰে। স্পৰ্টছ প্ৰ' (SportsPro)এ তেওঁক আটাইতকৈ ব্যৱসায়যোগ্য খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান দিছে। তেওঁৰ ভংগী আৰু যশে তেখেতক ডিয়েগ' মাৰাড'না (Diego Maradona)ৰ সৈতে তুলনা কৰাবলৈ বাধ্য কৰাইছে, আৰু তেওঁ নিজেই মেছিক তেখেতৰ উত্তৰাধিকাৰী (successor) বুলি স্বীকৃতি দিছে।[8]

কেৰিয়াৰ পৰিসংখ্যা

সম্পাদনা কৰক

ক্লাব পৰিসংখ্যা

সম্পাদনা কৰক
১৩ নৱেম্বৰ ২০২২ অনুসৰি
Appearances and goals by club, season and competition
ক্লাব Season লীগ National cup[টোকা 1] Europe[টোকা 2] Other মুঠ
Division Apps Goals Apps Goals Apps Goals Apps Goals Apps Goals
বাৰ্চিলোনা চি 2003–04[9] Tercera División ১০ ১০
বাৰ্চিলোনা বি ২০০৩–০৪[10] Segunda División B
২০০৪–০৫[11] Segunda División B ১৭ ১৭
Total ২২ ২২
বাৰ্চিলোনা ২০০৪–০৫[11] লা লিগা
২০০৫–০৬[12] লা লিগা ১৭ ২৫
২০০৬–০৭[13] লা লিগা ২৬ ১৪ [টোকা 3] ৩৬ ১৭
২০০৭–০৮[14] লা লিগা ২৮ ১০ ৪০ ১৬
২০০৮–০৯[15] লা লিগা ৩১ ২৩ ১২ ৫১ ৩৮
২০০৯–১০[16] লা লিগা ৩৫ ৩৪ ১১ [টোকা 4] ৫৩ ৪৭
২০১০–১১[17] লা লিগা ৩৩ ৩১ ১৩ ১২ [টোকা 5] ৫৫ ৫৩
২০১১–১২[18] লা লিগা ৩৭ ৫০ ১১ ১৪ [টোকা 6] ৬০ ৭৩
২০১২–১৩[19] লা লিগা ৩২ ৪৬ ১১ [টোকা 5] ৫০ ৬০
২০১৩–১৪[20] লা লিগা ৩১ ২৮ [টোকা 5] ৪৬ ৪১
২০১৪–১৫[21] লা লিগা ৩৮ ৪৩ ১৩ ১০ ৫৭ ৫৮
২০১৫–১৬[22] লা লিগা ৩৩ ২৬ [টোকা 7] ৪৯ ৪১
২০১৬–১৭[23] লা লিগা ৩৪ ৩৭ ১১ [টোকা 5] ৫২ ৫৪
২০১৭–১৮[24] লা লিগা ৩৬ ৩৪ ১০ [টোকা 5] ৫৪ ৪৫
২০১৮–১৯[25] লা লিগা ৩৪ ৩৬ ১০ ১২ [টোকা 5] ৫০ ৫১
২০১৯–২০[26] লা লিগা ৩৩ ২৫ [টোকা 5] ৪৪ ৩১
২০২০–২১[27] লা লিগা ৩৫ ৩০ [টোকা 5] ৪৭ ৩৮
Total ৫২০ ৪৭৪ ৮০ ৫৬ ১৪৯ ১২০ ২৯ ২২ ৭৭৮ ৬৭২
Paris Saint-Germain ২০২১–২২[28] লীগ ১ ২৬ ৩৪ ১১
২০২২–২৩[29] লীগ ১ ১৩ [টোকা 8] ১৯ ১২
Total ৩৯ ১৩ ১২ ৫৩ ২৩
Career total ৫৯১ ৪৯৮ ৮১ ৫৬ ১৬১ ১২৯ ৩০ ২৩ ৮৬৩ ৭০৬

আন্তঃৰাষ্ট্ৰীয়

সম্পাদনা কৰক

আন্তঃৰাষ্ট্ৰীয় পৰিসংখ্যা

সম্পাদনা কৰক
১৮ ডিচেম্বৰ ২০২২ অনুসৰি
Appearances and goals by national team, year and competition
দল বৰ্ষ Competitive Friendly Total
Apps Goals Apps Goals Apps Goals
আৰ্জেণ্টিনাU২০[30][31] ২০০৪
২০০৫ ১৬[টোকা 9] ১১ ১৬ ১১
Total ১৬ ১১ ১৮ ১৪
আৰ্জেণ্টিনাU২৩[32] ২০০৮ [টোকা 10] সাঁচ:Efn-lg
Total
Argentina[33][34] ২০০৫ [টোকা 11]
২০০৬ [টোকা 12]
২০০৭ ১০[টোকা 13] ১৪
২০০৮ [টোকা 11]
২০০৯ [টোকা 11] ১০
২০১০ [টোকা 12] ১০
২০১১ [টোকা 14] ১৩
২০১২ [টোকা 11] ১২
২০১৩ [টোকা 11]
২০১৪ [টোকা 12] ১৪
২০১৫ [টোকা 15]
২০১৬ ১০[টোকা 16] ১১
২০১৭ [টোকা 11]
২০১৮ [টোকা 12]
২০১৯ [টোকা 15] ১০
২০২০ [টোকা 11]
২০২১ ১৬[টোকা 17] ১৬
২০২২ ১০[টোকা 18] ১০ ১৪ ১৮
Total ১২১ ৫৪ ৫১ ৪৪ ১৭২ ৯৮
Career total ১৪২ ৬৭ ৫৩ ৪৭ ১৯৫ ১১৪

আন্তঃৰাষ্ট্ৰীয় গ'লসমূহ

সম্পাদনা কৰক
Scores and results list Argentina's goal tally first.
Goal Date Venue Opponent Score Result Competition
১ March ২০০৬ St. Jakob-Park, Basel, Switzerland   ক্ৰয়েছিয়া –১ ২–৩ Friendly
১৬ June ২০০৬ WM-Stadion Gelsenkirchen, Gelsenkirchen, Germany   ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো –০ ৬–০ ২০০৬ FIFA World Cup
৫ June ২০০৭ Camp Nou, Barcelona, Spain   আলজেৰিয়া –২ ৪–৩ Friendly
–২
৮ July ২০০৭ Metropolitano de Fútbol de Lara, Barquisimeto, Venezuela   পেৰু –০ ৪–০ ২০০৭ Copa América
১১ July ২০০৭ Polideportivo Cachamay, Puerto Ordaz, Venezuela   মেক্সিকো –০ ৩–০
১৬ October ২০০৭ José Pachencho Romero, Maracaibo, Venezuela   ভেনিজুৱেলা –০ ২–০ ২০১০ FIFA World Cup qualification
২০ November ২০০৭ Estadio El Campín, Bogotá, Colombia   কলম্বিয়া –০ ১–২
৪ June ২০০৮ Qualcomm Stadium, San Diego, United States   মেক্সিকো –০ ৪–১ Friendly
১০ ১১ October ২০০৮ Estadio Monumental, Buenos Aires, Argentina   উৰুগুৱে –০ ২–১ ২০১০ FIFA World Cup qualification
১১ ১১ February ২০০৯ Stade Vélodrome, Marseille, France   ফ্ৰান্স –০ ২–০ Friendly
১২ ২৮ March ২০০৯ Estadio Monumental, Buenos Aires, Argentina   ভেনিজুৱেলা –০ ৪–০ ২০১০ FIFA World Cup qualification
১৩ ১৪ November ২০০৯ Vicente Calderón Stadium, Madrid, Spain   স্পেইন –১ ১–২ Friendly
১৪ ৭ September ২০১০ Estadio Monumental, Buenos Aires, Argentina   স্পেইন –০ ৪–১
১৫ ১৭ November ২০১০ Khalifa International Stadium, Doha, Qatar   ব্ৰাজিল –০ ১–০
১৬ ৯ February ২০১১ Stade de Genève, Geneva, Switzerland   পৰ্তুগাল –১ ২–১
১৭ ২০ June ২০১১ Estadio Monumental, Buenos Aires, Argentina   আলবেনিয়া –০ ৪–০
১৮ ৭ October ২০১১   চিলি –০ ৪–১ ২০১৪ FIFA World Cup qualification
১৯ ১৫ November ২০১১ Estadio Metropolitano Roberto Meléndez, Barranquilla, Colombia   কলম্বিয়া –১ ২–১
২০ ২৯ February ২০১২ Stade de Suisse Wankdorf, Bern, Switzerland   ছুইজাৰলেণ্ড –০ ৩–১ Friendly
২১ –১
২২ –১
২৩ ২ June ২০১২ Estadio Monumental, Buenos Aires, Argentina   ইকুৱেডৰ –০ ৪–০ ২০১৪ FIFA World Cup qualification
২৪ ৯ June ২০১২ MetLife Stadium, East Rutherford, United States   ব্ৰাজিল –১ ৪–৩ Friendly
২৫ –১
২৬ –৩
২৭ ১৫ August ২০১২ Commerzbank-Arena, Frankfurt, Germany   জাৰ্মানী –০ ৩–১
২৮ ৭ September ২০১২ Estadio Mario Alberto Kempes, Córdoba, Argentina   পাৰাগুৱে –১ ৩–১ ২০১৪ FIFA World Cup qualification
২৯ ১২ October ২০১২ Estadio Malvinas Argentinas, Mendoza, Argentina   উৰুগুৱে –০ ৩–০
৩০ –০
৩১ ১৬ October ২০১২ Estadio Nacional, Santiago, Chile   চিলি –০ ২–১
৩২ ২২ March ২০১৩ Estadio Monumental, Buenos Aires, Argentina   ভেনিজুৱেলা –০ ৩–০
৩৩ ১৪ June ২০১৩ Estadio Mateo Flores, Guatemala City, Guatemala   গুৱেটমালা –০ ৪–০ Friendly
৩৪ –০
৩৫ –০
৩৬ ১০ September ২০১৩ Estadio Defensores del Chaco, Asunción, Paraguay   পাৰাগুৱে –০ ৫–২ ২০১৪ FIFA World Cup qualification
৩৭ –১
৩৮ ৭ June ২০১৪ Estadio Ciudad de La Plata, La Plata, Argentina   শ্ল’ভেনিয়া –০ ২–০ Friendly
৩৯ ১৫ June ২০১৪ Estádio do Maracanã, Rio de Janeiro, Brazil   বচনিয়া আৰু হাৰজেগ’ভিনা –০ ২–১ ২০১৪ FIFA World Cup
  1. Includes Copa del Rey and Coupe de France
  2. Appearances in UEFA Champions League
  3. One appearance in UEFA Super Cup, two appearances in Supercopa de España
  4. One appearance in UEFA Super Cup, one appearance and two goals in Supercopa de España, two appearances and two goals in FIFA Club World Cup
  5. 5.0 5.1 5.2 5.3 5.4 5.5 5.6 5.7 Appearance(s) in Supercopa de España
  6. One appearance and one goal in UEFA Super Cup, two appearances and three goals in Supercopa de España, two appearances and two goals in FIFA Club World Cup
  7. One appearance and two goals in UEFA Super Cup, two appearances and one goal in Supercopa de España, one appearance and one goal in FIFA Club World Cup
  8. Appearance in Trophée des Champions
  9. Nine appearances and five goals in the ২০০৫ South American U-২০ Championship, seven appearances and six goals in the ২০০৫ FIFA World Youth Championship
  10. Appearances in Summer Olympics
  11. 11.0 11.1 11.2 11.3 11.4 11.5 11.6 Appearance(s) in FIFA World Cup qualification
  12. 12.0 12.1 12.2 12.3 Appearance(s) in FIFA World Cup
  13. Six appearances and two goals in Copa América, four appearances and two goals in FIFA World Cup qualification
  14. Four appearances in Copa América, four appearances and two goals in FIFA World Cup qualification
  15. 15.0 15.1 Appearance(s) in Copa América
  16. Five appearances and three goals in FIFA World Cup qualification, five appearances and five goals in Copa América
  17. Nine appearances and five goals in FIFA World Cup qualification, seven appearances and four goals in Copa América
  18. Two appearances and one goal in FIFA World Cup qualification, one appearance in CONMEBOL–UEFA Cup of Champions, seven appearances and seven goals in FIFA World Cup

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 "10 Messi". fcbarcelona.com. FC Barcelona. http://www.fcbarcelona.com/football/first-team/staff/players/messi। আহৰণ কৰা হৈছে: 6 January 2012. 
  2. "Del Potro: Messi's the best player in the world". Marca.com. http://www.marca.com/2013/05/28/en/football/barcelona/1369765243.html। আহৰণ কৰা হৈছে: 15 September 2013. 
  3. "Simunic: Messi’s the best of all time". FIFA. http://www.fifa.com/worldcup/preliminaries/news/newsid=1967479/?intcmp=fifacom_hp_module_interview। আহৰণ কৰা হৈছে: 12 December 2012. 
  4. Smith, Ben. "Lionel Messi: Goals record caps golden year for Barcelona star". BBC Sport. http://www.bbc.co.uk/sport/0/football/20592977। আহৰণ কৰা হৈছে: 12 December 2012. 
  5. "Lionel Messi hailed as 'incredible' and 'gigantic' by Gerd Muller after Barcelona star breaks record for most goals". প্ৰকাশক London: Telegraph Sport. 10 December 2012. http://www.telegraph.co.uk/sport/football/players/lionel-messi/9734839/Lionel-Messi-hailed-as-incredible-and-gigantic-by-Gerd-Muller-after-Barcelona-star-breaks-record-for-most-goals.html। আহৰণ কৰা হৈছে: 12 December 2012. 
  6. "Arsène Wenger hails Barcelona's Lionel Messi after four-goal display". The Guardian (London). 7 April 2010. http://www.guardian.co.uk/football/2010/apr/07/barcelona-arsenal-lionel-messi। আহৰণ কৰা হৈছে: 12 December 2012. 
  7. "David Beckham: Lionel Messi is the best". ESPN. http://espnfc.com/news/story/_/id/1410228/david-beckham:-cristiano-ronaldo-is-not-at-lionel-messi's-level। আহৰণ কৰা হৈছে: 12 April 2013. 
  8. "Maradona proclaims Messi as his successor". China Daily. Reuters. 25 February 2006. http://www.chinadaily.com.cn/english/doc/2006-02/25/content_523966.htm। আহৰণ কৰা হৈছে: 8 October 2006. 
  9. Caioli 2012, পৃষ্ঠা. 69–71.
  10. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2003–04 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  11. 11.0 11.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2004–05 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2005–06 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2006–07 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2007–08 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  15. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2008–09 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  16. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2009–10 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2010–11 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2011–12 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  19. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2012–13 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  20. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Matches 2013–14 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  21. "Lionel Andrés Messi Cuccittini: Matches 2014–15". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2014-15। আহৰণ কৰা হৈছে: 11 August 2015. 
  22. "Lionel Andrés Messi Cuccittini: Matches 2015–16". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2015-16। আহৰণ কৰা হৈছে: 6 September 2015. 
  23. "Lionel Andrés Messi Cuccittini: Matches 2016–17". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2016-17। আহৰণ কৰা হৈছে: 27 October 2016. 
  24. "Lionel Andrés Messi Cuccittini: Matches 2017–18". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2017-18। আহৰণ কৰা হৈছে: 27 August 2017. 
  25. "Lionel Andrés Messi Cuccittini: Matches 2018–19". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2018-19। আহৰণ কৰা হৈছে: 27 August 2018. 
  26. "Lionel Andrés Messi Cuccittini: Matches 2019–20". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2019-20। আহৰণ কৰা হৈছে: 17 September 2019. 
  27. "Lionel Andrés Messi Cuccittini: Matches 2020–21". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2020-21। আহৰণ কৰা হৈছে: 9 October 2020. 
  28. "Lionel Andrés Messi Cuccittini: Matches 2021–22". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2021-22। আহৰণ কৰা হৈছে: 18 August 2021. 
  29. "Lionel Andrés Messi Cuccittini: Matches 2022–23". BDFutbol. https://www.bdfutbol.com/en/p/j1753.html?temp=2022-23। আহৰণ কৰা হৈছে: 31 July 2022. 
  30. Balagué ২০১৩, পৃষ্ঠা. ২০৯–২১৯.
  31. Balagué ২০১৩, পৃষ্ঠা. ২২০–২৪০.
  32. Balagué ২০১৩, পৃষ্ঠা. ৪৩৬–৪৩৭.
  33. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Century নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  34. "Lionel Messi: Player Profile". ESPN FC. http://www.espnfc.com/player/{{subst:#invoke:ConvertDigit%7Cmain%7C45843}}/lionel-messi। আহৰণ কৰা হৈছে: {{subst:#invoke:ConvertDigit|main|9}} September {{subst:#invoke:ConvertDigit|main|2015}}. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক