লিট্ল ৰে'ড ফ্লাৱাৰ্ছ
(লিট্ল ৰেড ফ্লাৱাৰ্চৰ পৰা পুনঃনিৰ্দেশিত)
লিট্ল ৰেড ফ্লাৱাৰ্চ (চীনা ভাষাত: 看上去很美) অৰ্থাৎ 'সৰু ৰঙা ফুল' এখন ২০০৬ চনৰ চীনা চলচ্চিত্ৰ। এই ছবিখন ঝাং য়ুৱানৰ দ্বাৰা পৰিচালিত।[1] ছবিখনৰ প্ৰযোজক চীনৰ বেইজিং চেঞ্চুৰি গুড-টাইডিংচ কাল্চাৰেল ডেভেলপমেণ্ট কোম্পানী লিমিটেড আৰু ইটালীৰ ডাইন্টাউন পিক্চাৰ্চ। ডাচ্ছ কোম্পানী ফৰ্টিচিম' ফিল্মচেএই ছবিৰ বিশ্ব পৰিবেশক।
লিট্ল ৰেড ফ্লাৱাৰ্চ | |
---|---|
পৰিচালক | ঝাং য়ুৱান |
ৰচনা | নিং ডাই ঝাং য়ুৱান ৱাং চুঅ'(উপন্যাস) |
প্ৰযোজক | লি ব' ৱেন এলেন ছেন ঝাং য়ুৱান মাৰ্ক' মুৱেলাৰ ৱাং চুঅ' |
অভিনয়ত | ডং ব' ৱেন ঝাঅ' ৰুই লি ঝিয়াঅ' ফেং ছেন লি |
চিত্ৰগ্ৰহণকাৰী | য়াং টাঅ' |
সম্পাদনা | জেক'প' ক্বাড্ৰী |
সংগীত পৰিচালক | কাৰ্ল' ক্ললিভেৰি |
পৰিবেশক | ফৰ্টিচিম' ফিল্ম্স |
মুক্তি |
১৫ ফেব্ৰুৱাৰী ২০০৬(বাৰ্লিন) |
দৈৰ্ঘ্য |
৯১ মিনিট |
দেশ | চীন |
ভাষা | চীনা মাণ্ডাৰিন |
ছবিখন লেখক ৱাং চুঅ'ৰ উপন্যাস কান্ চাং চু হেন মেই বা 'সুন্দৰ হ'ব পাৰে'ৰ দ্বাৰা অনুপ্ৰাণিত।[2] এটি চাৰি বছৰীয়া ল'ৰা, ফাং চিয়াং চিয়াং আৱাসিক শিশু বিদ্যালয়লৈ যায়। সু-ব্যৱহাৰৰ বাবে পুৰস্কাৰ ৰূপে দিয়া ৰঙা ফুল নাপাই সি দুঃখিত হয়।
অভিনেতা[3]
সম্পাদনা কৰক- ডং ব' ৱেন-- ফাং চিয়াং চিয়াং
- ঝাও ৰুই-- মিচ্ লি
- লি ঝিয়াও ফেং-- মিচ্ টাং
- ছেন লি-- প্ৰধান অধ্যাপিকা কং
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ইণ্টাৰ্নেট মুভি ডাটাবেচৰ মতে
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-07-02. https://web.archive.org/web/20150702161746/http://www.fortissimo.nl/catalogue_lineup_title.aspx?ProjectId=bdca709e-2902-4e55-9e03-9b76010dfaa5। আহৰণ কৰা হৈছে: 2014-12-31.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-07-02. https://web.archive.org/web/20150702161746/http://www.fortissimo.nl/catalogue_lineup_title.aspx?ProjectId=bdca709e-2902-4e55-9e03-9b76010dfaa5। আহৰণ কৰা হৈছে: 2014-12-31.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Fortissimo Films Archived 2007-08-09 at the Wayback Machine লিত্ল ৰেড ফ্লাৱাৰ্চৰ অফিচিয়েল চাইট
- Little Red Flowers AllRovi ৱেবছাইটত