লুনা লহকৰ (ইংৰাজী: Luna Lahkar) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাচলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল[1]

লুনা লহকৰ
জন্ম ২৬ ডিচেম্বৰ
অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেত্ৰী

অভিনীত অসমীয়া চলচ্চিত্ৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.imdb.com/name/nm4273429/