লোক সভা টিভি এক ভাৰতীয় কেবল দূৰদৰ্শন নেটৱৰ্ক, ভাৰত চৰকাৰৰ দ্বাৰা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু অন্যান্য লোক কাৰ্য বিষয়ক সামগ্ৰী প্ৰদৰ্শন কৰে।[2] এই চেনেলৰ উদ্দেশ্য ভাৰতৰ সকলো সংসদীয় আৰু বৈধানিক সংগঠনৰ কাম-কাজৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা।[3] এই চেনেলে ভাৰতৰ নিম্ন সদন লোক সভাৰ কাম-কাজ পোণপটীয়াভাৱে আৰু পাছলৈও প্ৰকাশিত কৰে।

লোক সভা টিভি
উদ্বোধন 1989 as Doordarshan
Incorporated as Lok Sabha TV in 2004
গৰাকী Lok Sabha
দৃশ্য ফৰমেট 16:9 (576i, SDTV)
দেশ India
ভাষা English and Hindi
সম্প্ৰচাৰৰ অঞ্চল Worldwide
মুখ্য কাৰ্যালয় 23, Mahadev Road, Behind Akashvani Bhawan, New Delhi, Delhi, India[1]
পূৰ্বৰ নাম Doordarshan (1989-2004)
পুনৰস্থাপন Lok Sabha TV (2004-present)
ভগ্নী কেন্দ্ৰসমূহ Rajya Sabha TV
ৱেবছাইট loksabhatv.nic.in
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
Videocon d2h Channel 329
Tata Sky Channel 598
Dish TV Channel 695
কেবল টিভি
Available on all cable providers Check local listings
Asianet Digital Channel 520
ইণ্টাৰনেট টেলিভিছন
Available free to all internet users [1]

ইতিহাস সম্পাদনা কৰক

১৯৮৯ৰপৰা সংসদৰ কোনো কোনো অংশ প্ৰচাৰ হৈ আহিছে, যেনে ৰাষ্ট্ৰপতিৰ ভাষণ। ১৯৯৪ৰপৰা উভয় সদনৰ প্ৰশ্ন কাল দূৰদৰ্শন আৰু অনাতাৰত প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিলে।

২০০৬ চনত ডিডি লোক সভা চেনেলৰ স্থান গ্ৰহণ কৰিলে লোক সভা টিভিয়ে। এই চেনেল এক ২৪-ঘণ্টীয়া টিভি চেনেল, যি লোক সভাৰেই সম্পত্তি আৰু লোক সভাৰ দ্বাৰাই চালিত। লোক সভাৰ অধিবেশণৰ সময়ত এই চেনেলত সকলো কাৰ্য পোণপতীয়াকৈ প্ৰদৰ্শন কৰা হয়, আৰু অন্যান্য সময়ত বিভিন্ন সাংস্কৃতিক আৰু শিক্ষাগত অনুষ্ঠানৰ সৈতে আলোচনা আদি প্ৰদৰ্শন কৰা হয়।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক