শঁলাল গাওঁ অসমলখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ধকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।[1]

সাধাৰণ তথ্য সম্পাদনা কৰক

শঁলাল গাঁৱত ২৬২ পৰিয়ালে বাস কৰে। শঁলাল গাঁৱৰ জনসংখ্যা ১২৪৩-- ৬৩৪জন পুৰুষ আৰু ৬০৯জনী মহিলা। শঁলাল গাঁৱত প্ৰতি হাজাৰজন পুৰুষৰ মাজত ৯৬১জনী মহিলা আছে, যি অসমৰ গড় (৯৫৮)তকৈ অধিক। শঁলাল গাঁৱৰ সাক্ষৰতাও ৯৫.১৭ (২০১১ চনত), যি অসমৰ হাৰতকৈ অধিক।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://allindiafacts.com/places/assam/lakhimpur/north-lakhimpur/salal-gaon.html Archived 2016-09-14 at the Wayback Machine All India Facts আহৰণ কৰা হৈছে ৩০/৩/২০১৫ ভাৰতীয় মান সময়
  2. http://www.census2011.co.in/data/village/288223-salal-gaon-assam.html চেঞ্চাচ ২০১১ আহৰণ কৰা হৈছে ৩০/৩/২০১৫ ভাৰতীয় মান সময়