শকুনি
শকুনি (ইংৰাজী: Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে।[1] তেওঁ উলূক[2] আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।
শকুনি | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | সুবল (পিতৃ), সুদৰ্মা (মাতৃ), গান্ধাৰী (ভনী) |
দাম্পত্যসঙ্গী | আৰশী |
সন্তান | উলূক আৰু বৃকাসুৰ |
বংশলতা
সম্পাদনা কৰকসুদৰ্মা (ম) | সুবল (পু) | ||||||||||||||||||||||||
আৰশী (ম) | শকুনি (পু) | গান্ধাৰী (ম) | |||||||||||||||||||||||
উলূক (পু) | বৃকাসুৰ (পু) | ||||||||||||||||||||||||