মহাভাৰতধৃতৰাষ্ট্ৰ (ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"[1]) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল। আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল। মহাভাৰতৰ এই চৰিত্ৰটোৱে মহাভাৰতৰ দৰে প্ৰলয়ংকাৰী যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ উভয় পক্ষক নিবৃত্ত কৰিব নোৱাৰিলে।

ধৃতৰাষ্ট্ৰ
তথ্য
পৰিয়াল ব্যাস (পিতৃ)
অম্বিকা (মাতৃ)
পাণ্ডু (ভাতৃ)
বিদূৰ (ভাতৃ)
দাম্পত্যসঙ্গী গান্ধাৰী
সন্তান দুৰ্যোধন, দুঃশাসন, বিকৰ্ণ আৰু ৯৭জন আন পুত্ৰ আৰু দুঃশলা (জীয়ৰী)

চিত্ৰবিথিকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Apte, Vaman Shivaram (1957). "धृतराष्ट्र". A practical Sianskrit-English Dictionary. প্ৰকাশক Poona: Prasad Prakashan. http://dsalsrv02.uchicago.edu/cgi-bin/philologic/getobject.pl?c.3:1:1060.apte. [সংযোগবিহীন উৎস]