সদস্য:Assamese wiki/শান্তিজান বজাৰ
(শান্তিজান বজাৰৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
শান্তিজান বজাৰ হৈছে নগাঁও জিলৰ নগাঁও চহৰৰ পৰা পছিমে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন ঐতিহাসিক আৰু সৰ্ববৃহৎ বজাৰ। সপ্তাহত মঙ্গল আৰু শনিবাৰে এই বজাৰ খন অনুষ্ঠিত হয়। বজাৰ খন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামাকৰণ কৰা শান্তি জান বিলৰ কাষতে অৱষ্ঠিত হোৱাৰ বাবে এই বজাৰ খনে শান্তিজান বজাৰ নামে মাধ্য অসমত খ্যাত হৈ পৰে।