অসমীয়া Wikipedia ৰ দৈনন্দিন দৰ্শক আৰু সম্পাদক।

অনিৰ্বাণ দত্ত৷ স্নাতকোত্তৰ শিক্ষক, হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ অসমীয়া কাকত আলোচনীত নিয়মীয়াকৈ কবিতা, প্ৰবন্ধ, ৰাজনৈতিক বিশ্লেষণ, নিবন্ধ আদি লিখি থকা হৈছে৷ পাৰিপাৰ্শ্বিক কবিতাৰ বিষয়ত কাম কৰি থকা হৈছে৷ প্ৰকাশিত পুথি—

১/ ঢেঁকীয়াজুলিৰ ইতিবৃত্ত আৰু অন্যান্য

২/ এই মৌনতাৰ অৱসান হওক

সম্পাদনা—

১/ জীৱন ঘড়ীৰ এটি এটি পল.. (লক্ষী চুতীয়াৰ কাব্যগ্ৰন্থ)

১/ চৰাইচোং— পাৰিপাৰ্শ্বিক কবিতা (যুটীয়াভাৱে সম্পাদনা)

২/প্ৰসংগ মাধৱদেৱ (সহযোগী সম্পাদক)

৩/ নাৰায়নপুৰৰ জিলিঙনি (সহযোগী সম্পাদৰ

৪/ সাম্প্ৰতিক অসমীয়া কবিতা— (সহযোগী সম্পাদক)

৫/ অসমৰ জনগোষ্ঠী (সহযোগী সম্পাদক)

পৰিৱেশ সুৰক্ষাৰ বাবে গঠিত ক্লীন এণ্ড গ্ৰীণ ব্ৰাডাৰ্ছ ইউনিয়ন নামৰ স্বেচ্ছাসেৱী সংস্থা এটিৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু জন্মকালৰ পৰাই সংস্থাটোৰ পৃষ্ঠপোষক ৷